Putting a Clove of Garlic Under Your Pillow
সাধাৰণতে খাদ্যৰ সোৱাদ বৃদ্ধি কৰিবলৈ আমি নহৰু ব্যৱহাৰ কৰো । কিন্তু নহৰু ভজা খোৱা আৰু কেঁচা খোৱাৰ পৰম্পৰাও প্ৰাচীন কালৰ পৰাই চলি আহিছে। নহৰু গাৰুৰ তলত থোৱাটো এটা পুৰণি থেৰাপি যি অনিদ্ৰাৰ সমস্যাৰ পৰা যথেষ্ট লাভালাভ পোৱা যায় ।
"Every effort has
been made to ensure the accuracy, timeliness and genuineness of the
information provided here. All the content here is given only for
reader's information and knowledge enhancement. We request you to contact your doctor before trying any of the remedies here."
Why you should sleep with garlic under your pillow
পুৰণি দিনবোৰত বিশ্বাস কৰা হৈছিল যে নহৰুৱে অশুভ আত্মাৰ পৰা সুৰক্ষিত কৰাৰ লগতে ঘৰৰ ভিতৰত কোনো বেয়া শক্তিৰ প্ৰৱেশ কৰাৰ বাধা প্ৰদান কৰে । ৰাতি নহৰু এটা কলি গাৰুৰ তলত ৰাখিলে টোপনিৰ ক্ষতি নহয় লগতে আৰু বেয়া সপোনো দেখা নাপায়।
নহৰুত যথেষ্ট পৰিমাণৰ জিংক পোৱা যায় যি মস্তিষ্কত এক নিৰাপত্তাৰ অনুভূতি সৃষ্টি কৰে। নহৰুৰ গোন্ধে আপোনাক কিছুদিনৰ বাবে শুবলৈ নিদিব পাৰে, কিন্তু লাহে লাহে ইয়াত ব্যৱহাৰে কআপোনাক অনিদ্ৰাৰ পৰা ৰক্ষা কৰিব । ঘৰত সুৰ শিশু বা কেছুৱা থাকিলে আপুনি গাৰুৰ তলত নহৰু ৰাখিব পাৰে, এনে কৰিলে ৰাতি চক খোৱাৰ পৰা বিৰত থাকিব ।
নিয়মীয়াকৈ এনেধৰণৰ লিখনিৰ বাবে আমাৰ গ্ৰুপত জইন কৰক - ইয়াত ক্লিক কৰক
Milk and Garlic Drink
নহৰুৰ সুবিধা লোৱাৰ আন এটা উপায় হৈছে এটা বিশেষ পনীয় । অনিদ্ৰা সমস্য়াৰ পৰা ৰক্ষা পাবলৈ এই পনীয়টো ব্য়ৱহাৰ কৰিব পাৰে । কিদৰে এই পনীয়টো প্ৰস্তুত কৰিব জানো আহক -সামগ্ৰী - 1 গিলাচ গাখীৰ , 1 টা পিছা নহৰুৰ কলি 1 আৰু চামুচ মৌ । প্ৰস্তুতিৰ বিধি - পিছা নহৰু আৰু গাখীৰ এটা বাতিত লৈ মিহলি কৰক আৰু গৰম কৰক। ইয়াক 3 মিনিটৰ বাবে উতলাওক আৰু তাৰ পিছত গেছৰ পৰা আঁতৰাই আনক । এতিয়া মৌখিনি মিহলি কৰক আৰু ইয়াক শোৱলৈ যোৱাৰ আধা ঘন্টা সেৱন কৰিলে ফলাফল পাব ।
No comments:
Post a Comment