ষ্টেট বেংক অৱ ইণ্ডিয়াত চাকৰি । SBI RECRUITMENT JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Monday, July 27, 2020

ষ্টেট বেংক অৱ ইণ্ডিয়াত চাকৰি । SBI RECRUITMENT JOB 2020

ষ্টেট বেংক অৱ ইণ্ডিয়া(SBI)ত শেহতীয়াকৈ মুকলি হৈছে ৩৮৫০ টা পদৰ নিযুক্তিৰ বিজ্ঞাপন। আগ্ৰহী তথা অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে অনলাইনযোগে আবেদন কৰিব লাগিব। কত কিদৰে কেনেকৈ আবেদন কৰিব সকলো জানিবলৈ আমাৰ এই লিখনি সম্পূৰ্ণকৈ পঢ়ক ।

খালী পদৰ নাম

Circle Based Officer ।

পদৰ সংখ্যা

3850 টা ।

আবেদনৰ আৰম্ভণী - 

২৭ জুলাই, ২০২০

দৰমহা

২৩,০০০ টকাৰ পৰা ৫২,০০০ টকা পৰ্যন্ত ।

বয়স

৩০ বছৰতকৈ বেছি হ'ব নালাগিব ।

শিক্ষাগত অৰ্হতা- 

গ্ৰেজুৱেট হ'ব লাগিব ।

আবেদন মাচুল

SC/ ST/ PWD: Nil
General/ EWS/ OBC: 750/-
Payment Mode: Online 

কেনেকৈ আবেদন কৰিব 

আগ্ৰহী প্ৰাৰ্থীয়ে ষ্টেট বেংকৰ অফিচিয়েল ৱেবছাইটত গৈ ২৭ জুলাই, ২০২০ তাৰিখৰ পৰা আবেদন কৰিব লাগিব। অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

বিজ্ঞাপনটো পঢ়িবলৈ ইয়াত ক্লিক কৰক

অনলাইন আবেদন কৰিবলৈ ইয়াত ক্লিক কৰক

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close