অসম চৰকাৰৰ বিভিন্ন বিভাগত ৮ম মান পাছৰ পৰা আৰম্ভ হোৱা চাকৰিসমূহৰ আবেদন প্ৰক্ৰিয়া । জানো আহক । ASSAM 8TH PASS GOVT JOB 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Monday, July 6, 2020

অসম চৰকাৰৰ বিভিন্ন বিভাগত ৮ম মান পাছৰ পৰা আৰম্ভ হোৱা চাকৰিসমূহৰ আবেদন প্ৰক্ৰিয়া । জানো আহক । ASSAM 8TH PASS GOVT JOB 2020

অসম চৰকাৰ বিভিন্ন বিভাগত মুকলি হৈছে অষ্টম মানৰ পৰা উৰ্ত্তীণ হোৱা বা তাতোধিকসকলৰ বাবে চাকৰি । কত কিদৰে কেনেকৈ মুকলি হৈছে আৰু কিদৰে আবেদন কৰিব জানিবলৈ সম্পূৰ্ণ লিখনি পঢ়ক ।

1. যোৰহাট কৰ্টত চাকৰি 

খালী পদ- ৬ টা
পদৰ নাম- পিয়ন আৰু চকিদাৰ
অৰ্হতা- অষ্টম মান ।
এপ্লাই কৰিবলৈ ক্লিক কৰক - ইয়াত

2. ওদালগুৰি কৰ্টত চাকৰি 

খালী পদ- ৬ টা
পদৰ নাম- পিয়ন আৰু চকিদাৰ
অৰ্হতা- অষ্টম মান ।
এপ্লাই কৰিবলৈ ক্লিক কৰক - ইয়াত

3. ডিমা হাচাও কৰ্টত চাকৰি 

খালী পদ- ১ টা
পদৰ নাম-  ড্ৰাইভাৰ
অৰ্হতা- অষ্টম মান । ট্ৰেন্সপৰ্ট ড্ৰাইভিং লাইচেন্স লগতে ৩ বছৰৰ অভিজ্ঞতা ।
দৰমহা- ১৫০০০ প্ৰতি মাহ ।
বয়স- ১৮ ৰ পৰা ৪৩ ।
আবেদন প্ৰক্ৰিয়া- আবেদন আৰু নথিপত্ৰসহ এই ঠিকনাত পঠিয়াওক  District & Sessions Judge,Dima Hasao, Haflong, ,Assam 788819
বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত

4.  গোলাঘাট  কৰ্টত চাকৰি 

খালী পদ- ২ টা
পদৰ নাম- ড্ৰাইভাৰ
অৰ্হতা- অষ্টম মান । ট্ৰেন্সপৰ্ট ড্ৰাইভিং লাইচেন্স  ।
দৰমহা- ১৫০০০ প্ৰতি মাহ ।
বয়স- ১৮ ৰ পৰা ৪৩ ।
আবেদন প্ৰক্ৰিয়া- আবেদন আৰু নথিপত্ৰসহ এই ঠিকনাত পঠিয়াওক District and Sessions judge golaghat, Court Rd, Golaghat, Assam 785621
বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত

5.  কামৰূপ মেট্ৰ  কৰ্টত চাকৰি 

খালী পদ- ৩ টা
পদৰ নাম-  ড্ৰাইভাৰ
দৰমহা- ১৫০০০ প্ৰতি মাহ ।
বয়স- ১৮ ৰ পৰা ৪৩ ।
আবেদন প্ৰক্ৰিয়া- আবেদন আৰু নথিপত্ৰসহ এই ঠিকনাত পঠিয়াওক  District and Sessions Judge, kamrup, Near, Cotton University Rd, Dighalipukhuri, Guwahati, Assam 781001
বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - ইয়াত

No comments:

Post a Comment

close