জিলা আৰু সত্ৰ ন্যায়াধীশ, কামৰূপ মেট্ৰই শেহতীয়াকৈ মুকলি কৰিছে এটা চাকৰিৰ বিজ্ঞাপন । কত কিদৰে কেনেকৈ আবেদন কৰিব সকলোবোৰ আজি আমি আপোনাক জনাম ।
(2) Interview / Viva-voce
Office of the District and Sessions Judge, Near Cotton University Rd, Dighalipukhuri, Guwahati, Assam 781001
খালী পদৰ নাম -
ড্ৰাইভাৰখালী পদ-
৩ টাআবেদন প্ৰক্ৰিয়া-
অফলাইন (ডাক যোগে)দৰমহা-
১৫০০০ টকাবয়স-
কোনো ধৰণৰ বয়সৰ কথা উল্লেখ নাই ।বাচনি প্ৰাক্ৰিয়া -
(1) Driving / Screening Test(2) Interview / Viva-voce
শিক্ষাগত অৰ্হতা-
অষ্টম মান পাছ ।অন্যান্য অৰ্হতা-
Professional Driving License থাকিব লাগিব ।লগতে পঢ়ক -সুখৱৰ ! আকৌ মুকলি কভিড-১৯ হস্পিটালত চাকৰি । কোনো ধৰণৰ লিখিত পৰীক্ষা নাই ।
কিদৰে আবেদন কৰিব -
অফলাইন আবেদনৰ বাবে প্ৰাৰ্থীসকলে তলত দিয়া এপ্লিকেচন ফৰমেটৰ লগত সকলো ধৰণৰ নথি পত্ৰ, ৪ কপি ফটোৰ লগতে এখন নিজ ঠিকনা থকা খামৰ সৈতে ৫ টকীয়া টিকেট লগাই পঠিয়াব লাগিব । আবেদন কৰা খামখন তলত দিয়া ঠিকনাত পঠিয়াব লাগিব ।Office of the District and Sessions Judge, Near Cotton University Rd, Dighalipukhuri, Guwahati, Assam 781001
Information related to re-entry (first-year and second-year students of all constituent colleges of Rajasthan University, Jaipur and P.G. Students of postgraduate semester II studying in the departments are provisionally fixed to be upgraded to the next class. Temporary upgrade to next class UNIRAJ BCOM 3rd Year Information 2020
ReplyDelete