জিলা চেচন ন্যায়াধীশ আদালত মুকলি পিয়নৰ চাকৰি । অষ্টম মান পাছৰ পৰা আৰম্ভ । এইদৰে কৰক আবেদন । ASSAM COURT PEON JOB 2020 - Dimpu Baruah

Hot

Post Top Ad

Wednesday, June 3, 2020

জিলা চেচন ন্যায়াধীশ আদালত মুকলি পিয়নৰ চাকৰি । অষ্টম মান পাছৰ পৰা আৰম্ভ । এইদৰে কৰক আবেদন । ASSAM COURT PEON JOB 2020

শেহতীয়াকৈ অসমৰ এখন আদালতত মুকলি হৈছে পিয়নৰ কেইবাটাও খালী পদত চাকৰি । কত কিদৰে কেনেকৈ আবেদন কৰিব সবিশেষ জানিবলৈ আমাৰ এই লিখনি সম্পূ্ৰ্ণকৈ পঢ়ক ।

আবেদন প্ৰক্ৰিয়া

অফলাইন ।

ইন্টাৰভিউ প্ৰক্ৰিয়া

ডাইৰেক্ট ।প্ৰাৰ্থীসকলক ইন্টাৰভিউৰ বাবে SMS যোগে জনোৱা হব । 

খালী পদৰ নাম

পিয়ন 

খালী পদৰ সংখ্যা

৭ টা

দৰমহা-  

Rs. 12000-52000/- + G.P. Rs. 1900/- 

শিক্ষাগত অৰ্হতা

ক্লাছ ৮ পাছ ( দশম মান পাছ কৰা সকলেও কৰিব পাৰিব আবেদন )

লগতে পঢ়ক - PNRD বিভাগত মুকলি জব কাৰ্ডৰ আবেদন । পঢ়ক কিদৰে ।

বয়স-

১৮ ৰ পৰা ৩৮ বছৰ ।

চাকৰিৰ স্থান

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অফলাইন আবেদন কৰিব পাৰিব ।  অফলাইন আবেদনৰ বাবে তলত দিয়া নথিসমূহ তলত দিয়া আবেদন ফৰ্মখন ডাউনলোড কৰি ফিল কৰি প্ৰাৰ্থীসকলে নিম্নোক্ত ঠিকনাত ৩ কপি ফটোগ্ৰাফৰ সৈতে পঠিয়াব লাগিব । প্ৰাৰ্থীসকলে মোবাইল নম্বৰ দিয়াটো অনিবাৰ্য । 

  1. শিক্ষাগত অ্ৰৰ্হতাৰ প্ৰমাণপত্ৰ 
  2. বয়সৰ প্ৰমাণপত্ৰ
  3. এপ্লিয়মেন্ট একচেন্সৰ কাৰ্ড
  4. জাতিগত প্ৰমাণপত্ৰ(যদি আছে)। 

ঠিকনা

Chief Judicial Magistrate, Mahabhairab, Tezpur, Assam 784001

আবেদন ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক - Click Here

চৰকাৰী বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here

আবেদনৰ অন্তিম দিন - ১৬ জুন, ২০২০ ।

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

6 comments:

close