অসম চৰকাৰৰ অধীনত Joint Director of Health Services য়ে মুকলি কৰিছে কেইটামান বিশেষ পদ । চৰকাৰে কৰণা মহামাৰীক ৰোধিবলৈ কেইবাখনো স্পেচিয়েল কভিড-১৯ হস্পিটাল প্ৰস্তুত কৰি তুলিছে । সেই হস্পিটালসমূহত মুকলি হৈছে কিছু খালী পদ । সেই খালী পদসমূহত কিদৰে চাকৰিৰ বাবে আবেদন কৰিব জানিবলৈ আমাৰ লিখনিটো সম্পুৰ্ণ পঢ়ক ।
খালী পদৰ নাম -
ক্লিনাৰ ।
শিক্ষাগত অৰ্হতা-
অষ্টম মান (৮ পাছ) ।
খালী পদৰ সংখ্যা -
৫ টা ।
দৰমহা-
১৫ হাজাৰ টকা ।চাকৰিৰ স্থান -
তিনিচুকীয়া ।লগতে পঢ়ক - অসমৰ চৰকাৰী মেডিকেলত খালী গ্ৰেড ফৰৰ ১৮৮ টা পদত চাকৰি । অৰ্হতা - ৮ম মান ।
আবেদন কিদৰে কৰিব -
ইচ্ছুক
প্ৰাৰ্থীসকলে পোনপোটিয়াকৈ ইন্টাৰভিউ দিব পাৰিব । কোনো ধৰণৰ লিখিত পৰীক্ষা
নাই । ইন্টাৰভিউৰ বাবে ফটো আইডেনটিটি প্ৰুফ ( পান কাৰ্ড, ভোাটাৰ কাৰ্ড
আদি), চেলফ এটাছ আপোনাৰ চাৰ্টিফিকেট আদি লগত আনিব লাগিব ।
লগতে পঢ়ক - স্বাস্থ্য বিভাগত মুকলি ড্ৰাইভাৰৰ চাকৰি । অৰ্হতা - দশম মান ।
লগতে পঢ়ক - লক্ষীমপুৰ মেডিকেল কলেজত মুকলি ৭৯ টা পদ ।
ইন্টাৰভিউৰ সবিশেষ-
তাৰিখ - ১৩ মে, ২০২০ ।
স্থান- Office of the Joint Director of Health Services, Tinsukia, Assam 786125
সময় - ১০ বজাৰ পৰা ।
ৰেজিষ্ট্ৰেচনৰ সময় - ৯ বজাৰ পৰা ১২ বজা ।
ৰেজিষ্ট্ৰেচনৰ সময় - ৯ বজাৰ পৰা ১২ বজা ।
Link tu pua nai
ReplyDeleteNice
ReplyDelete