অসম চৰকাৰৰ স্বাস্থ্য বিভাগৰ ডাইৰেক্টৰেট অফ মেডিকেল ইডুকেচন বিভাগৰ অধীনত মুকলি ২৩৪ টা নাৰ্ছৰ পদ ।কত কিদৰে কেনেকৈ আবেদন কৰিব জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।
আবেদন প্ৰক্ৰিয়া - অনলাইন ।
অনলাইন আবেদনৰ অন্তিম দিন - ৩০ মে , ২০২০ ।
শিক্ষাগত অৰ্হতা - B.Sc NurSing নাইবা GNM পাছ । লগতে অসম নাৰ্ছিং কাউনচিলৰ ৰেজিষ্ট্ৰেচন থকা হব লাগিব ।
দৰমহা - ১৪০০০-৬০৫০০ টকা লগতে গ্ৰেড পে ৮৭০০ টকা ।
শিক্ষাগত অৰ্হতা - B.Sc NurSing নাইবা GNM পাছ । লগতে অসম নাৰ্ছিং কাউনচিলৰ ৰেজিষ্ট্ৰেচন থকা হব লাগিব ।
দৰমহা - ১৪০০০-৬০৫০০ টকা লগতে গ্ৰেড পে ৮৭০০ টকা ।
আবেদন ফিজ -
কোনোধৰণৰ আবেদন ফিজ নাই ।
অনলাইন আবেদন আৰম্ভণীৰ দিন - -
১৫ মে, ২০২০ ।
আবেদন প্ৰক্ৰিয়া - অনলাইন ।
অনলাইন আবেদনৰ অন্তিম দিন - ৩০ মে , ২০২০ ।
১. ষ্টাফ নাৰ্চ
খালী পদ - ২০১ টাশিক্ষাগত অৰ্হতা - B.Sc NurSing নাইবা GNM পাছ । লগতে অসম নাৰ্ছিং কাউনচিলৰ ৰেজিষ্ট্ৰেচন থকা হব লাগিব ।
দৰমহা - ১৪০০০-৬০৫০০ টকা লগতে গ্ৰেড পে ৮৭০০ টকা ।
২. নাৰ্ছিং ছিছটাৰ
খালী পদ - ৩৩ টা ।শিক্ষাগত অৰ্হতা - B.Sc NurSing নাইবা GNM পাছ । লগতে অসম নাৰ্ছিং কাউনচিলৰ ৰেজিষ্ট্ৰেচন থকা হব লাগিব ।
দৰমহা - ১৪০০০-৬০৫০০ টকা লগতে গ্ৰেড পে ৮৭০০ টকা ।
Moi BA pass +D.EL.ED+ one years computer interested asil but kenekoi Jan Tate kono সুবিধা নাই যোৱাৰ সেই বাবে বৰ দুঃখিত 8638136662
ReplyDelete