লকদাউন বৃদ্ধি হবনে ,কৰ্মচাৰীৰ দৰমহা আদি বিষয় লৈ হিমন্ত বিশ্বৰ আজিৰ দিনটোৰ কেইটামান ডাঙৰ ঘোষণা । চাওক । HIMANTA BISWA ANNOUNCEMENT TODAY - Dimpu Baruah

Hot

Post Top Ad

Wednesday, April 1, 2020

লকদাউন বৃদ্ধি হবনে ,কৰ্মচাৰীৰ দৰমহা আদি বিষয় লৈ হিমন্ত বিশ্বৰ আজিৰ দিনটোৰ কেইটামান ডাঙৰ ঘোষণা । চাওক । HIMANTA BISWA ANNOUNCEMENT TODAY

হিমন্ত বিশ্বৰ আজিৰ দিনটোৰ কেইটামান ডাঙৰ ঘোষণা 


আজি হিমন্ত বিশ্বই প্ৰাগ নিউজত দিয়া  সাক্ষাৎকাৰৰ  কেইটামান গুৰুত্বপূৰ্ণ ঘোষণা হৈছে -
  1. অসমৰ চিকিৎসৰ বাবে ৪০০০ নতুন ব্যক্তিগত সুৰক্ষা সাৰঞ্জামৰ ব্যৱস্থা। আজিৰ দিনটোলৈ ৫ হাজাৰ কৰণা ৰোগীক চিকিৎসা কৰিবলৈ সাজু অসম চৰকাৰ ।
  2. লকডাউন বৃদ্ধি হবনে বুলি প্ৰশ্নৰ উত্তৰত হিমন্তই কয় আশা কৰো ১৪ এপ্ৰিলৰ পাছত লকডাউন উঠাই লোৱা হব ।
  3. আগন্তক ৪ মাহৰ বিধৱা পেঞ্চন একেলগে মুকলি কৰিব চৰকাৰে ।
  4. আগন্তুক ২৪ ঘন্টা অসমত বৃদ্ধি হব কৰণাৰ নতুন ৰোগী । জামালুদ্দিন নামৰ শিলচৰৰ ব্যক্তিজন ২০০ তকৈ অধিক লোকৰ সংস্পৰ্শলৈ আহিছিল ।
  5. অসম চৰকাৰে কৰণাৰ বাবে ব্যয় কৰিছে ৮৫ হাজাৰ কোটি টকা ।
  6. অসম চৰকাৰৰ কৰ্মচাৰীসকলে অহা ৯ এপ্ৰিলত লাভ কৰিব মাহিলী দৰমহা । অৱশ্য়ে দৰমহাৰ ২০ শতাংশ কৰা হব কৰ্তন ।
  7. অহা ৭ এপ্ৰিলৰ পাছতহে অসমৰ বিত্তিয় অৱস্থাৰ বিষয়ে স্পষ্ট হব । গতিকে অহা ৭ এপ্ৰিলৰ পাছতহে পৰিস্থিতি মোকাবিলা কৰিবলৈ আৰ্থিক সাহায্য ঘোষণা কৰিব । 
  8. হিমন্তই কয় - ২০২১ ত মই নিৰ্বাচন নেখেলিব বিচাৰো তাৰ বিপৰীতে ২০২৪ত লোকসভা নিৰ্বাচন খেলিব বিচাৰো ।

No comments:

Post a Comment

close