Swiggyত Delivery Executives হিচাপে কাম কৰি উপাৰ্জন কৰক মাহত ৩০ হাজাৰ টকালৈ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । SWIGGY JOBS IN ASSAM - Dimpu Baruah

Hot

Post Top Ad

Saturday, March 14, 2020

Swiggyত Delivery Executives হিচাপে কাম কৰি উপাৰ্জন কৰক মাহত ৩০ হাজাৰ টকালৈ । কিদৰে আবেদন কৰিব জানিবলৈ ক্লিক কৰক । SWIGGY JOBS IN ASSAM

Swiggyৰ নাম হয়তো আপুনি নিশ্চয় শুনিছে । যিটো সময়ত ৰাজ্যত  নিববনুৱা সমস্যাই ভয়াবহ ৰৃপ ধাৰণ কৰিছে তেনেস্থলত এনে কোম্পানীসমূহত চাকৰি কৰি কিছুধৰণে হলেও নিবনুৱাসকলে সকাহ পায় আহিছে । আজি আমি জনাম আপুনি কিদৰে Swiggy ত এজন Delivery Executiveাs হিচাপে কাম কৰি মাহেকত ৩০ হাজাৰ টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব ।


উপাৰ্জন কিমান -  

  • মাহেকত আপুনি ৩০ হাজাৰোধিক টকা পৰ্যন্ত উপাৰ্জন কৰিব পাৰিব ।
  • প্ৰতি সপ্তাহত আপোনাৰ বেংক একাউন্টত পইছা জমা হব ।
  • অধিক  কামৰ প্ৰদৰ্শন কৰিলে তাৰ ওপৰত লাভ কৰিব ইনছেনটিভ । 
  • ১ লাখ টকাৰ মেডিকেল ইঞ্চুৰেঞ্চৰ লগতে ৫ লাখ টকাৰ এক্সিডেন্টেল  ইঞ্চুৰেঞ্চ ।

কাম কি হব

  • ৰেষ্ট্ৰুৰেন্ট্ৰৰ পৰা অৰ্ডাৰ সংগ্ৰহ কৰা । 
  • সেই অৰ্ডাৰ গ্ৰাহকৰ ঘৰত গৈ দিয়া । 
  • গ্ৰাহকৰ পৰা অৰ্ডাৰৰ বিনিময়ত পই্ছা সংগ্ৰহ কৰা ।

অৰ্হতা

  • যিকোনো  10th পাছ, HSপাছ নাইবা অন্য়ান্য় সকলোৱে আবেদন কৰিব পাৰিব । 
  • চাইকেল বা মটৰ চাইকেল চলোৱা জানিব লাগিব । 

কিদৰে আবেদন কৰিব

আপুনি অনলাইন নাইবা অফলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । অফলাইন আবেদন কৰিবলৈ আপোনাৰ প্ৰয়োজনীয় নথি পত্ৰ যেনে Driver License , PAN Card , Aadhaar Card নাইবা Voter ID লৈ তলত দিয়া ঠিকনালৈ যাওক - 
6th Floor, Adityam Building, Ulubari, Lachit Nagar, Guwahati - 781007 Adityam Building 

 অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - CLICK HERE

1 comment:

close