অসম পুলিচত চাকৰি - ২০২০ | ASSAM POLICE JOB 2020 - Dimpu Baruah

Hot

Post Top Ad

Wednesday, March 25, 2020

অসম পুলিচত চাকৰি - ২০২০ | ASSAM POLICE JOB 2020

শেহতীয়াকৈ অসম পুলিচত মুকলি হৈছে কেইটামান বিশেষ পদত চাকৰি । অনলাইন যোগে হবলগীয়া এই চাকৰিৰ আবেদন প্ৰক্ৰিয়া কিদৰে কৰিব জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।

          আবেদন প্ৰক্ৰিয়া                 অনলাইন       
             অন্তিম দিন        ০৪ মে, ২০২০        

জুনিয়ৰ এছিছটেন্ট (জিলা ভিত্তিক)  

খালী পদ - ১৭০ টা (Unreserved: 60 Posts ,OBC/MOBC: 38 Posts, SC: 08 Posts, ST(H): 03 Post, ST(P): 16 Posts, EWS: 45 Posts)
শিক্ষাগত অৰ্হতা - যিকোনো গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH ETC ) লগতে কম্পিউটাৰ ডিপ্লমা । 
দৰমহা -  Rs.14000 – Rs.49000 (Pay Band No. 2) লগতে গ্ৰেড পে । 
বয়স - ১৮ৰ পৰা ৩৮ বছৰলৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBC.ৰ বাবে ৩ বছৰ ৰেহাই ।

জুনিয়ৰ এছিটেন্ট ( হেড কোৱাৰ্টাৰ)

খালী পদ - ১৫ টা (Unreserved: 04 Posts, OBC/MOBC: 03 Posts, SC: 03 Posts, ST(H): 01 Post, ST(P): 03 Posts, EWS: 01 Post)
শিক্ষাগত অৰ্হতা - যিকোনো গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH Etc ) লগতে কম্পিউটাৰ ডিপ্লমা ।
দৰমহা -  Rs.14000 – Rs.49000 (Pay Band No. 2) লগতে গ্ৰেড পে । 
বয়স - ১৮ৰ পৰা ৩৮ বছৰলৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBC.ৰ বাবে ৩ বছৰ ৰেহাই ।

ষ্টেনুগ্ৰাফাৰ 

খালী পদ - ১৯ টা (OBC/MOBC: 05 Posts, SC: 01 Post, ST(H): 03 Posts, ST(P): 05 Posts, EWS: 05 Posts)
শিক্ষাগত অৰ্হতা - যিকোনো গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH Etc ) লগতে ষ্টেনুগ্ৰাফাৰাৰ চাৰ্টিফিকেট থকাটো প্ৰয়োজনীয় । 
দৰমহা -  Rs.14000 – Rs.49000 (Pay Band No. 2) লগতে গ্ৰেড পে । 
বয়স - ১৮ৰ পৰা ৩৮ বছৰলৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBC.ৰ বাবে ৩ বছৰ ৰেহাই ।

আবেদনৰ  আৰম্ভণী দিন -

৪ এপ্ৰিল, ২০২০ ।

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ,পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here(4th April,2020)

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

close