GMCHত মুকলি ফৰ্থ গ্ৰেডৰ ২১৯ টা পদত চাকৰি - অৰ্হতা ৮ মান/ দশম মান GMCH JOBS IN ASSAM 2020 - Dimpu Baruah

Hot

Post Top Ad

Saturday, February 1, 2020

GMCHত মুকলি ফৰ্থ গ্ৰেডৰ ২১৯ টা পদত চাকৰি - অৰ্হতা ৮ মান/ দশম মান GMCH JOBS IN ASSAM 2020

GMCH অৰ্থাৎ গুৱাহাটী মেডিকেল কলেজত শেহতীয়াকৈ মুকলি হৈছে ২৭৫ টা ফৰ্থ গ্ৰেডৰ চাকৰি । তাৰে ২১৯ টা পদত আপুনি যদি কেৱল অষ্টম মান উৰ্ত্তীণ তেতিয়াই আবেদন কৰিব পাৰিব । কত কিদৰে কেনেকৈ এ আবেদন কৰিব জানিবলৈ এই লিখনিটো সম্পুৰ্ণকৈ পঢ়ক ।

 খালী হোৱা পদৰ নাম -

গ্ৰড ফৰ


খালী হোৱা পদৰ সংখ্য়া -

২১৯

শিক্ষাগত অৰ্হতা -

৮ম মান উৰ্ত্তীণ ।

দৰমহা -

Rs.12,000/-  টকাৰ পৰা Rs.52,000/- টকা লগতে গ্ৰেড পে Rs.3,900/- টকা

লগতে জানক - গুৱাহাটী মেডিকেলত ৰিচিপষ্টনিষ্টৰ চাকৰি- অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ

বয়স -

১৮ ৰ পৰা ৩৮ বছৰ

আবেদন ফিজ -

আবেদনৰ বাবে কোনো মাচুল নালাগে ।

কিদৰে নিৰ্বাচন কৰা হব

আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব । সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।

আবেদনৰ অন্তিম দিন -

১৪ ফেব্ৰুৱাৰী. 2020 ।

লগতে জানক -সৰস্বতী পূজাৰ দিনা ভাইৰেল দুখন বিশেষ ছবি । পঢ়ক আৰু চাওক কিয় ?

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । Gauhati Medical College Hospital, Guwahati, Assam ৰ বেৱচাইটত গৈ আপুনি আবেদন কৰিব লাগিব ।

১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।


বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

 

8 comments:

close