গুৱাহাটী মেডিকেলত ৰিচিপষ্টনিষ্টৰ চাকৰি- অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ GMC RECEPTIONSIT JOB 2020 - Dimpu Baruah

Hot

Post Top Ad

Tuesday, February 11, 2020

গুৱাহাটী মেডিকেলত ৰিচিপষ্টনিষ্টৰ চাকৰি- অৰ্হতা হায়াৰ ছেকেণ্ডেৰী পাছ GMC RECEPTIONSIT JOB 2020

অসম চৰকাৰৰ অন্তৰ্গত জিএমচিত শেহতীয়াকৈ খালী হৈছে ৰিচিপষ্টনিষ্টৰ কেইবাটাও পদ ।  যিহেতু চৰকাৰী চাকৰি পোৱাটো আজিৰ দিনত তেনেই কঠিন হৈ পৰিছে তাৰ মাজতেই  চৰকাৰী চাকৰি পোৱাৰ আশা দেখা গৈছে । আজি আমি আপোনাক জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব পাৰিব ।

খালী হোৱা পদৰ নাম -

ৰিচিপষ্টনিষ্ট

খালী হোৱা পদৰ সংখ্য়া -


দৰমহা -

১৪০০০- ৬০৫০০ টকা লগতে গ্ৰেগ পে ৬২০০ টকা

লগতে জানক -সৰস্বতী পূজাৰ দিনা ভাইৰেল দুখন বিশেষ ছবি । পঢ়ক আৰু চাওক কিয় ?

বয়স -

১৮ ৰ পৰা ৩৮ বছৰ

শিক্ষাগত অৰ্হতা -

HS উৰ্ত্তীণ । লগতে ১ বছৰ কম্পিউটাৰ ডিপ্লমা ।

লগতে পঢ়ক- GMCHত মুকলি ফৰ্থ গ্ৰেডৰ ২১৯ টা পদত চাকৰি - অৰ্হতা ৮ মান/ দশম মান

আবেদন ফিজ -

আবেদনৰ বাবে কোনো মাচুল নালাগে ।

কিদৰে নিৰ্বাচন কৰা হব-

  • আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব । 
  • সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।
  • লিখিত পৰীক্ষাৰ বিষয়ে ৱেৱচাইত আৰু বাতৰি কাকতত প্ৰকাশ কৰা হব ।

আবেদনৰ অন্তিম দিন -

১৪ ফেব্ৰুৱাৰী, ২০২০

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব । Gauhati Medical College Hospital, Guwahati, Assam ৰ বেৱচাইটত গৈ আপুনি আবেদন কৰিব লাগিব ।

১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

1 comment:

close