অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালকত মুকলি চাকৰি । অৰ্হতা - অষ্টম মান । খালী পদ -৫৫ টা । DTE ASSAM JOBS 2020 - Dimpu Baruah

Hot

Post Top Ad

Wednesday, February 26, 2020

অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালকত মুকলি চাকৰি । অৰ্হতা - অষ্টম মান । খালী পদ -৫৫ টা । DTE ASSAM JOBS 2020

অসম চৰকাৰ উচ্চতৰ শিক্ষা কাৰিকৰী শিক্ষাৰ সঞ্চালকত কিছুদিন আগতে মুকলি হৈছিল কেইবাটাও ফৰ্থ গ্ৰেডৰ চাকৰি । যিহেতু চৰকাৰী চাকৰি পোৱাটো আজিৰ দিনত তেনেই কঠিন হৈ পৰিছে তাৰ মাজতেই কেৱল অষ্টম মান উৰ্ত্তীণ হ'লেই চৰকাৰী চাকৰি পোৱাৰ আশা দেখা গৈছে । আবেদন প্ৰক্ৰিয়া হব অনলাইন । ইতিমধ্যে ইয়াৰ আবেদন প্ৰক্ৰিয়া হৈ গৈছিল । কিন্তু সকলে বয়সৰ উচ্চ সীমাৰ বাবে আবেদন কৰিব পৰা নাছিল তেঁওলোকে এতিয়া আবেদন কৰিব পাৰিব । নতুনকৈ বয়সৰ উচ্চসীমা নিৰ্ধাৰণ কৰা হৈছে । আজি আমি আপোনাক জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব পাৰিব ।
Fourth grade Jobs in Assam 2020 by dimpu Baruah
Fourth grade Jobs in Assam 2020

খালী হোৱা পদৰ নাম -

গ্ৰড ফৰ ।

চাকৰিৰ স্থান -

তিনচুকীয়া, মৰিগাঁও, চিৰাং, ওদালগুৰি আৰু হাইলাকান্দি ।

লগতে পঢ়ক - অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক ।

খালী হোৱা পদৰ সংখ্য়া -

৫৫ টা

শিক্ষাগত অৰ্হতা -

৮ম মান উৰ্ত্তীণ ।

খালী পদৰ নাম -

খালী পদৰ নামসমূহ হৈছে -
  • অফিচ বিয়াৰাৰ
  • পিয়ন
  • মালি
  • চকিদাৰ 
  • ৱৰ্কচপ ৱৰ্কাৰ

বয়স -

১৮ ৰ পৰা ৪০ বছৰ। অবিচিৰ বাবে ৪৩ বছৰ আৰু এছচি এছটিৰ বাবে ৪৫ বছৰ আৰু বিশেষভাৱে সক্ষমসকলৰ বাবে ৫০ বছৰ ধৰা হৈছে । এতিয়া অকল বয়সৰ উচ্চসীমা সকলেহে আবেদন কৰিব পাৰিব ।

আবেদন ফিজ -

আবেদনৰ বাবে কোনো মাচুল নালাগে ।

কিদৰে নিৰ্বাচন কৰা হব-

আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব ।সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।লিখিত পৰীক্ষাৰ বিষয়ে ৱেৱচাইত আৰু বাতৰি কাকতত প্ৰকাশ কৰা হব ।

লগতে পঢ়ক - অসমৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত বৃহৎ নিযুক্তি । কিদৰে কৰিব আবেদন চাওক ।

আবেদনৰ আৰম্ভণী দিন -

১ চেপ্তেম্বৰ , ২০২০ ।

দৰমহা

১২০০০-৫২০০০ টকা লগতে গ্ৰেড পে ৩৯০০ টকা ।

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।
আবেদন আৰম্ভ হব ১ চেপ্তেম্বৰ , ২০২০ ৰ পৰা । সবিশেষ জানিবলৈ আমাক ফেচবুকত মেছেজ কৰক । মেছেজ কৰিবলৈ ইয়াত ক্লিক কৰক ।মনত ৰাখিব আগতে যিসকলে বয়সৰ উচ্চ সীমাৰ বাবে আবেদন কৰিব পৰা নাছিল তেওঁলোকে আবেদন কৰিব পাৰিব।

আবেদনৰ অন্তিম দিন

৭ চেপ্তেম্বৰ , ২০২০ ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

6 comments:

  1. SANJIB DHAR
    P.o. Hanchara
    P.S. Bijni
    Dist. Chirang
    Pin 783390

    ReplyDelete
  2. Rajesh Khahar po pengaree dist Tinsukia pin 786174

    ReplyDelete
  3. Pradip mandal
    p.o.karatipam
    P.s.mayong
    Dist.morigaon
    Pin.782105

    ReplyDelete
  4. Rokibul Hussain
    P.o. mahtoli
    PS Boko
    District kamrup
    Pin 781136

    ReplyDelete
  5. S miti gogoi
    Po Mermukh
    PS lakhimpu
    Pin 784164

    ReplyDelete
  6. Nabadeep Gogoi
    Milontirtho
    PO Rupaisiding
    Pin 786153
    9954593193

    ReplyDelete

close