ধেমাজি ইঞ্জিনিয়াৰিং কলেজত জুনিয়ৰ এছিছটেন্টৰ চাকৰি । DHEMAJI ENGINEERING COLLEGE LATEST JOB 2020 - Dimpu Baruah

Hot

Post Top Ad

Monday, February 17, 2020

ধেমাজি ইঞ্জিনিয়াৰিং কলেজত জুনিয়ৰ এছিছটেন্টৰ চাকৰি । DHEMAJI ENGINEERING COLLEGE LATEST JOB 2020

শেহতীয়াকৈ অসম চৰকাৰৰ Directorate of Technical Education ৰ অন্তৰ্গত ধেমাজি ইঞ্জিনিয়াৰিং কলেজত তৃতীয়বৰ্গৰ বাবে খালী হৈছে কেইবাটাও পদ । এই চলিত বৰ্ষতেই ধেমাজি ইঞ্জিনিয়াৰিং কলেজত পাঠদান আৰম্ভ হব । সেয়েহে তাত বিভিন্নধৰণৰ কৰ্মচাৰীৰ প্ৰয়োজন হব । ইতিমধ্য়ে চৰকাৰে চতুৰ্থবৰ্গৰ খালী পদৰ বাবেও বিজ্ঞাপন মুকলি কৰিছে । অষ্টম মান উৰ্ত্তীণ হলেই চতুৰ্থ বৰ্গৰ পদত আবেদন কৰিব পাৰিব । কিদৰে আবেদন কৰিব আৰু আবেদনৰ সবিশেষ জানিবলৈ ক্লিক কৰক- CLICK HERE

খালী হোৱা পদৰ নাম -

জুনিয়ৰ এছিছটেন্ট (তৃতীয় বৰ্গ)


খালী হোৱা পদৰ সংখ্য়া -

শিক্ষাগত অৰ্হতা -

যিকোনো ডিগ্ৰী (BA/BCOM/BSC/BTECH Etc)

দৰমহা -

১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকা লগতে গ্ৰেড পে ৮৭০০ টকা

বয়স -

১৮ ৰ পৰা ৩৮ বছৰ

আবেদন ফিজ -

আবেদনৰ বাবে কোনো মাচুল নালাগে ।

কিদৰে নিৰ্বাচন কৰা হব-

আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব ।
সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।
লিখিত পৰীক্ষাৰ বিষয়ে ৱেৱচাইত আৰু বাতৰি কাকতত প্ৰকাশ কৰা হব ।

আবেদনৰ অন্তিম দিন -

৩ মাৰ্চ, ২০২০

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ,পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

No comments:

Post a Comment

close