কেৱল অষ্টম মান উৰ্ত্তীণ হ'লেই ধেমাজি ইঞ্জিনিয়াৰিং কলেজত চাকৰি - খালী পদ ৩০ টা DHEMAJI ENGINEERING COLLEGE JOB 2020 - Dimpu Baruah

Hot

Post Top Ad

Tuesday, February 11, 2020

কেৱল অষ্টম মান উৰ্ত্তীণ হ'লেই ধেমাজি ইঞ্জিনিয়াৰিং কলেজত চাকৰি - খালী পদ ৩০ টা DHEMAJI ENGINEERING COLLEGE JOB 2020

শেহতীয়াকৈ অসম চৰকাৰৰ Directorate of Technical Education ৰ অন্তৰ্গত ধেমাজি ইঞ্জিনিয়াৰিং কলেজত চতুৰ্থ বৰ্গৰ বাবে খালী হৈছে কেইবাটাও পদ । যিহেতু চৰকাৰী চাকৰি পোৱাটো আজিৰ দিনত তেনেই কঠিন হৈ পৰিছে তাৰ মাজতেই কেৱল অষ্টম মান উৰ্ত্তীণ হ'লেই চৰকাৰী চাকৰি পোৱাৰ আশা দেখা গৈছে । আজি আমি আপোনাক জনাম কিদৰে কত কেনেকৈ আবেদন কৰিব পাৰিব ।


খালী হোৱা পদৰ নাম -

গ্ৰড ফৰ ।


খালী হোৱা পদৰ সংখ্য়া -

৩০

শিক্ষাগত অৰ্হতা -

দৰমহা -

Rs.12,000/-  টকাৰ পৰা Rs.52,000/- টকা লগতে গ্ৰেড পে Rs.3,900/- টকা

খালী পদৰ নাম

খালী পদৰ নামসমূহ হৈছে - 
  • অফিচ বিয়াৰাৰ 
  • পিয়ন 
  • মালি
  • চকিদাৰ
  • ৱৰ্কচপ ৱৰ্কাৰ

লগতে জানক -সৰস্বতী পূজাৰ দিনা ভাইৰেল দুখন বিশেষ ছবি । পঢ়ক আৰু চাওক কিয় ?

বয়স -

১৮ ৰ পৰা ৩৮ বছৰ

আবেদন ফিজ -

আবেদনৰ বাবে কোনো মাচুল নালাগে ।


কিদৰে নিৰ্বাচন কৰা হব-

  • আবেদনকাৰী প্ৰাৰ্থীসকলৰ এটা লিখিত পৰীক্ষা অনুষ্ঠিত হব । 
  • সেই পৰীক্ষাত উৰ্ত্তীণসকল চাকৰি লাভ কৰিব ।
  • লিখিত পৰীক্ষাৰ বিষয়ে ৱেৱচাইত আৰু বাতৰি কাকতত প্ৰকাশ কৰা হব ।

আবেদনৰ অন্তিম দিন -

৩ মাৰ্চ, ২০২০

কিদৰে আবেদন কৰিব-

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।
১. অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।
২. অনলাইন আবেদনৰ বাবে আপোনাৰ পাছ চাৰটিফেকেট , ৰঙীন ফটো আৰু চহীৰ দৰকাৰ হব ।

লগতে পঢ়ক- হায়াৰ ছেকেণ্ডেৰী পাছসকলৰ বাবে অসম পুলিচত মুকলি ১২৮৩ টা পদত চাকৰি

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

5 comments:

close