অসম পুলিচৰ ১২৮৩ টা পদত কনিষ্টবলৰ নিযুক্তি । অৰ্হতা ১২ পাছ । শ্বেয়াৰ কৰক লগতে ক্লিক কৰি পঢ়ক । Assam Police Recruitment 1283 Constables Jobs - Dimpu Baruah

Hot

Post Top Ad

Wednesday, February 19, 2020

অসম পুলিচৰ ১২৮৩ টা পদত কনিষ্টবলৰ নিযুক্তি । অৰ্হতা ১২ পাছ । শ্বেয়াৰ কৰক লগতে ক্লিক কৰি পঢ়ক । Assam Police Recruitment 1283 Constables Jobs

অসম পুলিচৰ State Level Police Recruitment Board (SLPRB) য়ে শেহতীয়াকৈ অসম পুলিচত হবলগীয়া ১২৮৩ টা পদত নিযুক্তি বিচাৰি বিজ্ঞাপন  মুকলি কৰিছে । অতি সহজে অনলাইন আবেদন কৰিব পৰা এই পদসমূহৰ সবিশেষ জানিবলৈ আমাৰ এই লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।পুৰুষ আৰু মহিলা সকলোৱে আবেদন কৰিব পাৰিব । 

1. ফায়াৰমেন(FIRE MAN)

খালী পদৰ সংখ্যা:  ৪১০ টা

শিক্ষাগত অৰ্হতা: 10+2 (Science) 

দৰমহা : ১৪০০০ টকাৰ পৰা ৪৯০০০ টকালৈ । 

বসয় : ২০ বছৰ পৰা ২৪ বছৰ বসয়লৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBCৰ বাবে ৩ বছৰ ৰেহাই ।

লগতে পঢ়ক - অসম চৰকাৰ জেইল ৱাৰ্ডেনৰ ১৭৩ টা পদ মুকলি । অৰ্হতা - অষ্টম মান ।


2. কনিষ্টেবল পুলিচ Constable of Police (UB) 

খালী পদৰ সংখ্যা:    ৩ টা

শিক্ষাগত অৰ্হতা: 10+2 (ARTS/SC/COM)

দৰমহা : ১৪০০০ টকাৰ পৰা ৪৯০০০ টকালৈ । 

বসয় : ২০ বছৰ পৰা ২৪ বছৰ বসয়লৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBCৰ বাবে ৩ বছৰ ৰেহাই ।

লগতে পঢ়ক - চেন্ট্ৰেল গভমেন্টত ১৩৫৫ টা চাকৰি মুকলি । অৰ্হতা- দশম মান

3. কনিষ্টেবল পুলিচ Constable of Police (Communication) 

খালী পদৰ সংখ্যা:  ৮০২ টা 

শিক্ষাগত অৰ্হতা: 10+2 (Science) আৰু PCM থকাটো জৰুৰী । 

অগ্ৰাধিকাৰ অভিজ্ঞতা - ১ বছৰ Electronics, Telecommunication, Computer, IT or Allied Environment অভিজ্ঞতা থকাটো অগ্ৰাধিকাৰ দিয়া হব ।

দৰমহা : ১৪০০০ টকাৰ পৰা ৪৯০০০ টকালৈ । 

বসয় : ২০ বছৰ পৰা ২৪ বছৰ বসয়লৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBCৰ বাবে ৩ বছৰ ৰেহাই ।

4. ইমাৰজেন্সি ৰেচকুৱাৰ (Emergency Rescuer)

খালী পদৰ সংখ্যা:  ৫৭ টা

শিক্ষাগত অৰ্হতা: 10+2 (Science) ।

দৰমহা : ১৪০০০ টকাৰ পৰা ৪৯০০০ টকালৈ । 

বসয় : ২০ বছৰ পৰা ২৪ বছৰ বসয়লৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBCৰ বাবে ৩ বছৰ ৰেহাই ।


5. কনিষ্টেবল পুলিচ Constable of Police (Messenger) 

খালী পদৰ সংখ্যা: ৭ টা

শিক্ষাগত অৰ্হতা: মেট্ৰিক পাছ লগতে ড্ৰাইভিং লাইচেন্স ।

ইয়াৰ লগতে Constable of Police (Carpenter) ,  Sub Officer আদি পদ খালী হৈছে ।

দৰমহা : ১৪০০০ টকাৰ পৰা ৪৯০০০ টকালৈ । 

বসয় : ২০ বছৰ পৰা ২৪ বছৰ বসয়লৈ । SC, ST(P) and ST(H) ৰ বাবে ৫ বছৰ আৰু OBC/ MOBCৰ বাবে ৩ বছৰ ৰেহাই ।

কিদৰে আবেদন কৰিব

  • ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । 
  • অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । 
  • অনলাইন আবেদন কৰোতে আপুনি আপোনাৰ নথি পত্ৰ আপলোড কৰিব লাগিব ।

আবেদন আৰম্ভণীৰ দিন 

আবেদনৰ অন্তিম দিন -

১৫ মাৰ্চ, ২০২০ অনলাইন

বিজ্ঞাপন পঢ়িবৰ বাবে ক্লিক কৰক -Click Here

অনলাইন আবেদনৰ বাবে ক্লিক কৰক - Click Here

 

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

2 comments:

close