আহি গল SBIত বাম্পাৰ নিযুক্তি - 8134 পদ খালী আজিয়েই আবেদন কৰক | SBI Latest job in Assam 2020 - Dimpu Baruah

Hot

Post Top Ad

Monday, January 6, 2020

আহি গল SBIত বাম্পাৰ নিযুক্তি - 8134 পদ খালী আজিয়েই আবেদন কৰক | SBI Latest job in Assam 2020

SBIত নিযুক্তি ৮১৩৪ PO ৰ চাকৰি :


ভাৰতীয় ষ্টেট বেংক বিশ্বৰ ভিতৰতেই এক উল্লেখলবলগীয়া বিত্তীয় বেংকীয় প্ৰতিষ্ঠান । শেহতীয়াকৈ এই SBIতয়ে মুকলি হৈছে পদ ৮৯০৪ টা পদ । তাৰে অকল অসমতেই মুকলি হৈছে ১৮২ টা পদ । ইয়াৰ লগতে অৰুণাচল, মেঘালয় আদি উত্তৰ পূৰ্বাঞ্চলৰ অন্য়ান্য় ৰাজ্য়সমূহতো পদ মুকলি হৈছে । গতিকে কত কিদৰে কেনেকৈ আবেদন কৰিব আমি সেইয়া আপোনালোকক জনাম । 

ষ্টেট বেংক অসমত ১৮২টা পদত চাকৰি মুকলি 

অসমত খালী হোৱা পদৰ নাম -

জুনিয়ৰ এচচিয়েট (কাষ্টমাৰ চাপৰ্ট এণ্ড চেলচ)

দৰমহা -

প্ৰায় ২০০০০ টকা  প্ৰতি মাহে  (Rs. 13,705/-(Basic Pay)

বয়স -

২০  বছৰ পৰা ২৮ বছৰৰ ভিতৰত

শিক্ষাগত অৰ্হতা -

গ্ৰেডুৱেট (BA/BSC/BCOM/BTECH)। লগতে FINAL SEMESTERত থকা BA/BCOM./BSC/BTECHৰ ছাত্ৰ-ছাত্ৰীয়েও আবেদন জনাব পাৰিব ।

আবেদনৰ মাচুল -

৭০০ টকা (ST/SC/PWDৰ বাবে NIL )

কিদৰে বাচনি কৰা হব -

আবেদন কৰা প্ৰাৰ্থীসকলক Preliminary Examination আৰু Main Examination লগতে Group Exercises & Interview ৰ জৰিয়তে বাচনি কৰা হব ।

অসমৰ কত কত পৰীক্ষা হব-

অসমৰ Dibrugarh, Guwahati, Jorhat, Kokrajhar, Silchar আৰু Tezpur ত পৰীক্ষা অনুষ্ঠিত হব ।

প্ৰয়োজনীয় তাৰিখসমূহ :

অনলাইন আবেদনৰ আৰম্ভণীৰ দিন : -03-01-2020
অনলাইন আবেদনৰ শেষ দিন: 26-01-2020
অনলাইন আবেদন প্ৰিন্ট কৰাৰ শেষ দিন : 10-02-2020
Preliminary Examinationৰ অনুমানিক দিন: এপ্ৰিল
Date of Main Examinationৰ অনুমানিক দিন: জুন

কিদৰে আবেদন কৰিব-

আগ্ৰহী প্ৰাৰ্থীসকলে www.sbi.co.in নাইবা তলত দিয়া লিংকত 22nd April 2019ৰ ভিতৰত আবেদন কৰিব লাগিব ।  

অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - click here  

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

No comments:

Post a Comment

close