আছুৰ নেতৃত্বত আপুনি নতুন ৰাজনৈতিক দল বিচাৰেনে ? - Dimpu Baruah

Hot

Post Top Ad

Sunday, January 19, 2020

আছুৰ নেতৃত্বত আপুনি নতুন ৰাজনৈতিক দল বিচাৰেনে ?

আজি আমি এটা সমীক্ষা চলাম যাৰ জৰিয়তে আপুনি আপোনাৰ মত দি আমাক জনাব পাৰে ।



আছুৰ নেতৃত্বত আপুনি নতুন ৰাজনৈতিক দল বিচাৰেনে ?

বিচাৰো ।
নিবিচাৰো ।

https://api.whatsapp.com/send?text=%20*%E0%A6%95%E0%A6%BE%20%E0%A6%AC%E0%A6%BF%E0%A7%B0%E0%A7%8B%E0%A6%A7%E0%A7%80%E0%A6%A4%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A6%A4%E0%A7%81%E0%A6%A8%20%E0%A7%B0%E0%A6%BE%E0%A6%9C%E0%A6%A8%E0%A7%88%E0%A6%A4%E0%A6%BF%E0%A6%95%20%E0%A6%A6%E0%A6%B2%20%E0%A6%86%E0%A6%AA%E0%A7%81%E0%A6%A8%E0%A6%BF%20%E0%A6%AC%E0%A6%BF%E0%A6%9A%E0%A6%BE%E0%A7%B0%E0%A7%87%20%E0%A6%A8%E0%A7%87%20?%20%E0%A6%86%E0%A6%9C%E0%A6%BF%E0%A7%9F%E0%A7%87%E0%A6%87%20%E0%A6%86%E0%A6%AA%E0%A7%8B%E0%A6%A8%E0%A6%BE%E0%A7%B0%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BE%E0%A6%A8%20%E0%A6%95%E0%A7%B0%E0%A6%95%20%E0%A5%A4%20%E0%A6%AD%E0%A7%8B%E0%A6%9F%20%E0%A6%A6%E0%A6%BF%E0%A6%AC%E0%A6%B2%E0%A7%88%20%E0%A6%95%E0%A7%8D%E0%A6%B2%E0%A6%BF%E0%A6%95%20%E0%A6%95%E0%A7%B0%E0%A6%95*%20%20http://bit.ly/VoiceAssam

Created with Assamese Info
 আছুৰ নেতৃত্বত অসমত শেহতীয়া পুন: আন এটি ৰাজনৈতিক দল গঠন হব বুলি কথা উলাইছে । নাগৰিকত্ব বিধেয়কৰ বিৰোধীতা আন্দোলনক ৰজাঘৰীয়া বিজেপিৰ লগতে আঞ্চলিক দল অগপও বিশেষ গুৰুত্ব নিদিয়াত এতিয়া যেন তৃতীয় বিকল্পৰ প্ৰয়োজনীয়তা একাংশই অনুভৱ কৰিছে ।

লগতে এই সমীক্ষাটো আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিও আপুনি এই সমীক্ষা শক্তিশালী আৰু নিৰপেক্ষ হবলৈ সহায় কৰিব পাৰে ।

1 comment:

close