অসমৰ পষ্ট অফিচত খালী ৯১৯ টা পদ - পুন: আবেদনৰ আহ্বান | India Post Assam Latest Job 2020 - Dimpu Baruah

Hot

Post Top Ad

Sunday, January 26, 2020

অসমৰ পষ্ট অফিচত খালী ৯১৯ টা পদ - পুন: আবেদনৰ আহ্বান | India Post Assam Latest Job 2020

অসমৰ ভাৰতীয় ডাক বিভাগত চাকৰি - আজিয়েই আবেদন কৰক

ভাৰতীয় ডাকসেৱাৰ অন্তৰ্গত অসম মণ্ডলত ৯১৯ টা খালী পদৰ বাবে প্ৰাৰ্থী বিচাৰি পুন: আবেদন বিচাৰা হৈছে । আগতে আবেদন কৰা সকলেও পুন: আবেদন কৰি স্থানীয় ভাষা অধ্য়য়ন কৰাটো দেখুওৱাব লাগিব । কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া সকলোবোৰ আজি আমি আপোনাক জনাম ।


খালী হোৱা পদৰ নাম - 

গ্ৰামীণ ডাক সেৱক

খালী হোৱা পদৰ সংখ্যা - 

৯১৯ টা 

শিক্ষাগত অৰ্হতা - 

১০ ম মান উৰ্ত্তীণ 

দৰমহা - 

১০০০০-১৪৫০০ টকা 

কাম কি হব - 

গ্ৰামীণ ডাক সেৱক সকলে গাও অঞ্চলৰ ডাকঘৰ সমূহ পৰিচালনাৰ দায়িত্বত থাকিব । এটা গাৱৰ ডাকঘৰত ৩ টা পদ থাকে । সেইয়া হৈছে ব্ৰাঞ্ছ পষ্ট মাষ্টাৰ(দৰমহা প্ৰায় ১৪০০০), এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টাৰ (দৰমহা প্ৰায় ১১ হাজাৰ) আৰু মেইল ডেলিভাৰাৰ (দৰমহা প্ৰায় ১০ হাজাৰ) । মন কৰিব লগীয়া এই যে গ্ৰামীণ ডাক সেৱক সকলে মাত্ৰ ৪ ঘন্টা কাম কৰিব লাগে ।


বয়স - 

আবেদজ ফিজ - 

ইচ্চুক প্ৰাৰ্থীসকলে আবেদন কৰোতে ১০০ টকা জমা দিব লাগিব । (SC/ST/PH/FEMALE য়ে কোনোধৰণৰ মাচুল দিব নালাগে )

কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদন কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰিব । অনলাইন আবেদন ২৭ জানুৱাৰী,২০২০ৰ পৰা আৰম্ভ । দশম মানলৈ অসমীয়া/বঙালী/বড়ো ভাষা থকাটো বাধ্য়তামূলক ।


অনলাইন আবেদনৰ অন্তিম দিন - ৯ ফেব্ৰুৱাৰী, ২০২০

বিজ্ঞাপন:

আবেদন কৰিবলৈ ক্লিক কৰক - Click Here

VIEW ADVERTISEMENT - Click Here

No comments:

Post a Comment

close