মুকলি হ'ল ইৰিগেচেনৰ এডমিট কাৰ্ড | কিদৰে ডাউনলোড কৰিব চাওক । - Dimpu Baruah

Hot

Post Top Ad

Friday, January 24, 2020

মুকলি হ'ল ইৰিগেচেনৰ এডমিট কাৰ্ড | কিদৰে ডাউনলোড কৰিব চাওক ।

শেহতীয়াকৈ মুকলি হৈছে জলসিঞ্চন বিভাগৰ বাবে খালী হোৱা পদৰ পৰীক্ষাৰ এডমিট কাৰ্ড । সমগ্ৰ অসমজুৰি এই পৰীক্ষা ১ আৰু ২ ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হব । তলত আপুনি কিদৰে এডমিট কাৰ্ড ডাউনলোড কৰিব দেখুওৱা হৈছে ।


কিদৰে ডাউনলোড কৰিব -

  • পোনপ্ৰথমে http://irrigationassam.cbtexam.in/Home/index.html ভিজিট কৰক । 
  • তাৰপাছত “Latest Job Opening Section”ত যাওক । 
  • তাতে “Download Admit Card Link” দেখা পাব । 
  • সেই লিংকত ক্লিক কৰক আৰু  আপোনাৰ Details Submit কৰক । 
  • এডমিট কাৰ্ড আপোনাৰ স্ক্ৰীণত দেখা পাব । 
  • “Print Admit Card”ত ক্লিক কৰক । 

ডাইৰেক্ট কিদৰে এডমিট ডাউনলোড কৰিব

  • এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD

1 comment:

close