প্ৰাগ নিউজৰ পৰা কিয় পদত্যাগ কৰিলে অজিত কুমাৰ ভূঞাই? AJIT KUMAR BHUYAN LEFT PRAG NEWS - Dimpu Baruah

Hot

Post Top Ad

Monday, January 6, 2020

প্ৰাগ নিউজৰ পৰা কিয় পদত্যাগ কৰিলে অজিত কুমাৰ ভূঞাই? AJIT KUMAR BHUYAN LEFT PRAG NEWS



যিটো সময়ত অসমত কা বিৰোধী আন্দোলন তুংগত উঠিছে তেনে সময়তে সেই আন্দোলন দমন কৰিবলৈ এটা পক্ষই বিভিন্ন ধৰণে উঠিপৰি লাগিছে ।এই আন্দোলনত অংশগ্ৰহণ কৰা বিভিন্ন সাংবাদিকক ভিন্নধৰণে হেচা প্ৰয়োগ কৰা হৈছে । 
শেহতীয়াকৈ জানিব পৰা অনুসৰি প্ৰাগ নিউজৰ মুখ্য সম্পাদক অজিত কুমাৰ ভূঞাই পদত্যাগ কৰিবলগীয়া হৈছে । অজিত কুমাৰ ভূঞাই ইতিমধ্যে পদত্যাগ পত্ৰ দাখিল কৰি কাৰ্যালয়লৈ যোৱা বাদ দিছে ।
অজিত কুমাৰ ভূঞাই কাৰ হেচাত পৰি পদত্যাগ কৰিবলৈ বাধ্য হ'ল সেই বিষয়ে জনাই তেঁওৰে সতীৰ্থ মনজিৎ মহন্তই । কি কৈছিল মহন্তই জানিবলৈ তলত দিয়া ভিডিঅটো চাওক -

No comments:

Post a Comment

close