সৰস্বতী পূজাৰ দিনা ভাইৰেল দুখন বিশেষ ছবি । পঢ়ক আৰু চাওক কিয় ? Assam Saraswati Puja 2020 Viral-Picutre - Dimpu Baruah

Hot

Post Top Ad

Thursday, January 30, 2020

সৰস্বতী পূজাৰ দিনা ভাইৰেল দুখন বিশেষ ছবি । পঢ়ক আৰু চাওক কিয় ? Assam Saraswati Puja 2020 Viral-Picutre

সমগ্ৰ দেশৰ তুলনাত অসমত সৰস্বতী পূজাৰ কিছু বেলেগকৈ উদযাপন কৰা দেখা যায় । যুৱতীসকলে এই দিনটোলৈ বিশেষ আগ্ৰহেৰে বাট চাই থকাও পৰিলক্ষিত হয় । তেনেস্থলত আধুনিকতাৰ আলম লৈ একাংশ যুৱতী সাজপোছাকৰ বাবে ছছিয়েল মিডিয়াত ভাইৰেল হৈ পৰা দেখা যায় । ২০২০ চনৰ সৰস্বতী পূজাত ভাইৰেল হোৱা দুটা বিশেষ ফটো আজি আমি যুগুত কৰি উলিয়াইছো । চাও আহক -

ফটো ১:



এইখন ফটো ২০২০ চনৰ সৰস্বতী পূজাৰ দিনাই ভাইৰেল হৈ পৰিছে । যদিও ফটোখনৰ গৰাকী অজ্ঞাত তথাপিও জিনচ পেন্ট আৰু শাৰীৰ মিশ্ৰিত সাজপাৰে ফেচবুকাৰসকলক বিশেষ আমোদ দিছে । আৰু ইয়াৰ ফলতেই ২০২০ চনত এইখন ফটো ভাইৰেল হৈ পৰিছে ।

ফটো ২:


এইখন ফটো ২০১৯ বৰ্ষ আৰু ২০২০ বৰ্ষৰ লগত তুলনা কৰি ভাইৰেল কৰা হৈছে । কেতিয়াবা ভাবিবলৈ বাধ্য় কৰায় এনেবোৰ সাজপাৰে সচাকৈয়ে আধুনিকতা প্ৰকাশ কৰেনে ?

No comments:

Post a Comment

close