ডাক বিভাগত চাকৰি মুকলি (৩৮৮০ টা পদ) Postal Assistant/ Sorting Assistant recruitment 2020 - Dimpu Baruah

Latest Updates

Post Top Ad

Friday, December 6, 2019

ডাক বিভাগত চাকৰি মুকলি (৩৮৮০ টা পদ) Postal Assistant/ Sorting Assistant recruitment 2020

ডাক বিভাগত চাকৰি মুকলি  (৩৮৮০ টা পদ) :

অৱশেষত দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই ডাক বিভাগত মুকলি হ'ল । আমাৰ এই পষ্টটোৰ যোগেদি ক'ত কেনেকৈ কিদৰে ডাক বিভাগত খালী হোৱা পদৰ বাবে আবেদন কৰিব পাৰিব তাকে আলোচনা কৰিম ।

খালী পদৰ নাম :

ডাক বিভাগত Postal Assistant/ Sorting Assistant নামৰ পদত নিযুক্তি আৰম্ভ হৈছে ।

খালী পদৰ সংখ্যা :

ডাক বিভাগত Postal Assistant/ Sorting Assistant ৰ সৰ্বমুঠ ৩৮৮০ টা পদ খালী হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । 

দৰমহা :

Postal Assistant/ Sorting Assistant ৰ বাবে Pay Band (Rs. 5200-20200) ৰ লগতে Grade Pay: Rs. 2400 (pre-revised).

শিক্ষাগত অৰ্হতা

১২ম মান অৰ্থাৎ উৰ্ত্তীণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ।

বয়স :

১৮ৰ পৰা ২৭ বছৰ ( অবিচিৰ বাবে ৩ বছৰ আৰু জনজাতিৰ বাবে ৫ বছৰ ৰেহাই)

আবেদন কিদৰে কৰিব :

১) আবেদন কৰিবৰ বাবে ইয়াত ক্লিক কৰক - click here
২) Register link ত Click কৰি registration complete কৰক ।
৩) তাৰপাছত Login link ত click কৰি আপোনাৰ application খন complete কৰক ।
৪) শেষত আবেদন ফিজ দি আবেদন সম্পুৰ্ণ কৰক ।

আবেদন ফিজ :

সাধাৰণ শ্ৰেণী আৰু অবিচিৰ বাবে মাত্ৰ ১০০ টকা আৰু বাকী জনজাতি আৰু ছোৱালীসকলৰ কোনো আবেদন ফিজ নাই ।

লগতে পঢ়ক - বন্ধন বেংকত মেনেজাৰৰ চাকৰি মুকলি

প্ৰয়োজনীয় তাৰিখসমুহ :

Online application starts: 3rd December 2019
Last date of online application: 10th January 2020

6 comments:

close