টেট দিছিল নেকি ? অসম টেটৰ ৰিজাল্ট চাওক এইদৰে । ASSAM TET RESULT 2019 DECLARED - Dimpu Baruah

Hot

Post Top Ad

Monday, December 30, 2019

টেট দিছিল নেকি ? অসম টেটৰ ৰিজাল্ট চাওক এইদৰে । ASSAM TET RESULT 2019 DECLARED

অসম চৰকাৰৰ Department of Elementary Education য়ে ঘোষণা কৰিব ওলাইছে Assam TET (Teachers' Eligibility Test) 2019 ৰ ৰিজাল্ট। আপুনি কিদৰে Assam TET (Teachers' Eligibility Test) 2019 ৰ ৰিজাল্ট চাব পাৰিব সেই বিষয়ে জনাম আজি ।

প্ৰাৰ্থীসকলে তেঁওলোকৰ Application No. আৰু  Password টাইপ কৰি ৰিজাল্ট চাব পাৰিব ।

ভিন্ন বাতৰি কাকত অনুসৰি উৰ্ত্তীণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্য়া তলত দিয়া হ'ল -

Paper-I : (LP) 

Appeared: 218164 
Qualified: 18906 

Paper-II : (UP)

Appeared: 158648
Qualified: 15304

টেটৰ ৰিজাল্ট কিদৰে চাব -  

১. প্ৰথমে এই যিকোনো দুটা লিংকত ক্লিক কৰক - LINK1 and LINK2
২.  ইয়াৰ পিছত আপোনাৰ Application No. আৰু  Password টো মাৰক । 
৩. এইদৰে আপুনি আপোনাৰ ৰিজাল্ট চাব পাৰিব । (যিকোনো মুহুৰ্ত্তত ৰিজাল্ট ঘোষণা হব পাৰে নহলে ৩১ ডিচেম্বৰৰ ৬ বজালৈ ঘোষণা কৰা হব ।)

No comments:

Post a Comment

close