ইৰিগেচন ডিপাৰ্টমেন্টত মুকলি ৬৪৩ টা পদ - অৰ্হতা হাইয়াৰ ছেকেণ্ডেৰী পৰা আৰম্ভ | ASSAM IRRIGAGTION DEPARTMENT JOBS 2020 - Dimpu Baruah

Hot

Post Top Ad

Monday, December 23, 2019

ইৰিগেচন ডিপাৰ্টমেন্টত মুকলি ৬৪৩ টা পদ - অৰ্হতা হাইয়াৰ ছেকেণ্ডেৰী পৰা আৰম্ভ | ASSAM IRRIGAGTION DEPARTMENT JOBS 2020

অসম চৰকাৰৰ ইৰিগেচন ডিপাৰ্টমেন্টত শেহতীয়াকৈ মুকলি হৈছে চাকৰি । চৰকাৰে ঘোষণা কৰা অনুসৰি শেহতীয়াকৈ ৰাজ্য়ত ৫৫ হাজাৰ চাকৰিৰ পদ মুকলি হব । গতিকে আজি আমি আপোনালোকক জনাম কিদৰে কত কেনেকৈ ইৰিগেচন ডিপাৰ্টমেন্টত মুকলি হোৱা ৬৪৩ টা পদত আবেদন কৰিব ।


খালী পদৰ নাম :

1. Junior Assistant (HOD Level)

2. Junior Assistant (District Level)

3. Section Assistant (District Level)

4. Power Pump Operator

5. Subordinate Engineer, Grade-I (Mechanical)

6. Subordinate Engineer, Grade-I (Civil)

খালী পদৰ সংখ্যা :

1. Junior Assistant (HOD Level) - 23

2. Junior Assistant (District Level) - 159

3. Section Assistant (District Level) - 397

4. Power Pump Operator - 41

5. Subordinate Engineer, Grade-I (Mechanical) - 21

6. Subordinate Engineer, Grade-I (Civil) - 01

শিক্ষাগত অৰ্হতা :



1. Junior Assistant (HOD Level) - BA/BSC/BCOM/BTECH  অৰ্থাৎ যিকোনো গ্ৰেডুৱেট প্ৰাৰ্থীয়ে  আবেদন কৰিব পাৰিব । লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাধ্য়তামূলক ।

2. Junior Assistant (District Level) -BA/BSC/BCOM/BTECH  অৰ্থাৎ যিকোনো গ্ৰেডুৱেট প্ৰাৰ্থীয়ে  আবেদন কৰিব পাৰিব । লগতে কম্পিউটাৰৰ জ্ঞান থকাটো বাধ্য়তামূলক ।

3. Section Assistant (District Level) - ১২ম মান অৰ্থাৎ HS উৰ্ত্তীণ প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব ।

4. Power Pump Operator - দশম মান উৰ্ত্তীণৰ লগতে আইটিআই থকাটো প্ৰয়োজনীয় ।

5. Subordinate Engineer, Grade-I (Mechanical) - Certificate of Draughtsmanship in Mechanical

থকাটো প্ৰয়োজনীয় ।

6. Subordinate Engineer, Grade-I (Civil) -Certificate of Draughtsmanship in Civil থকাটো প্ৰয়োজনীয় ।

দৰমহা

1. Junior Assistant (HOD Level) - Rs.14,000-60,500, GP-Rs.6,200

2. Junior Assistant (District Level) - Rs.14,000-60,500, GP-Rs.6,200

3. Section Assistant (District Level) - Rs.14,000-60,500, GP-Rs.5,600

4. Power Pump Operator - Rs.14,000-60,500, GP-Rs.5,000

5. Subordinate Engineer, Grade-I (Mechanical) - Rs.14,000-60,500, GP-Rs.6,800

6. Subordinate Engineer, Grade-I (Civil) -Rs.14,000-60,500, GP-Rs.6,800

বয়স :

১৮ বছৰ পৰা ৩৮ বছৰ হোৱাটো প্ৰয়োজনীয় । অবিচি আৰু জনজাতি প্ৰাৰ্থীৰ বাবে ৩ বছৰ আৰু ৫ বছৰ ৰেহাই । 

কিদৰে বাচনি কৰা হব:

ইচ্চুক প্ৰাৰ্থীসকলৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰা হব । পৰীক্ষাত উৰ্ত্তীণ হোৱাসকলৰ কম্পিউটাৰ পৰীক্ষা লোৱা হব । কম্পিউটাৰ উৰ্ত্তীণসকলহে বাচনি কৰা হব ।



কিদৰে আবেদন কৰিব:

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰিব ।অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । আবেদন কৰাৰ আগতে সম্পূৰ্ণ বিজ্ঞাপন পঢ়ি লোৱাটো আপোনাৰ দায়িত্ব ।

অনলাইন আবেদনৰ অন্তিম দিন -  13 জানুৱাৰী, ২০২০ চন

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - CLICK HERE

আবেদন কৰিবলৈ ক্লিক কৰক - APPLY NOW

No comments:

Post a Comment

close