North East Small Finance Bank ত চাকৰি । ৩৫১ টা পদ খালী । North East Small Finance Job latest - Dimpu Baruah

Hot

Post Top Ad

Tuesday, October 29, 2019

North East Small Finance Bank ত চাকৰি । ৩৫১ টা পদ খালী । North East Small Finance Job latest

যিসকলে বেংকীয় প্ৰতিষ্ঠানত নিজৰ কেৰিয়াৰ গঢ়িব খুজে তেঁওলোকৰ বাবে সুখৱৰ । North East Small Finance Bank ত শেহতীয়াকৈ মুকলি হৈছে প্ৰায় ৩৫১ টা পদ । FRESHERS ৰ পৰা আৰম্ভ কৰি EXPERIENCED সকলোৱে এই পদসমূহত আবেদন কৰিব পাৰিব । কত কিদৰে আবেদন কৰিব আমি সকলোবোৰ আপোনালোকক জনাম ।



খালী হোৱা পদৰ বিৱৰণ

1.Business Development Executive - Credit Officer

অৰ্হতা - যিকোনো গ্ৰেডুৱেট (FRESHERS) 
বয়স - ২৭ বছৰ 
খালী হোৱা পদ- ১২০ টা 
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল । 

2.Business Development Liability Officer

অৰ্হতা - যিকোনো গ্ৰেডুৱেট (FRESHERS) 
বয়স - ২৭ বছৰ 
খালী হোৱা পদ- ৪০ টা 
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।

3.Business Development Executive - Liability Officer

অৰ্হতা - যিকোনো গ্ৰেডুৱেট (1-2 YEARS OF EXPERIENCED ) 
বয়স - ২৭ বছৰ 
খালী হোৱা পদ- ৪০ টা 
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।


4.Single Window Operator

অৰ্হতা - যিকোনো গ্ৰেডুৱেট (2-3 YEARS OF EXPERIENCED IN RETAIL BANKING ) 
বয়স - ২৭ বছৰ 
খালী হোৱা পদ- ৪১ টা 
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।

5.Assistant Branch Head

অৰ্হতা - যিকোনো গ্ৰেডুৱেট (6 YEARS OF EXPERIENCED IN RETAIL BANKING ) 
বয়স - ২৭ বছৰ 
খালী হোৱা পদ- ৪০ টা 
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।

5.Assistant Branch Head

অৰ্হতা - যিকোনো গ্ৰেডুৱেট (6 YEARS OF EXPERIENCED IN RETAIL BANKING ) 
বয়স - ২৭ বছৰ 
খালী হোৱা পদ- 74 টা 
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।

6.Branch Head

অৰ্হতা - যিকোনো গ্ৰেডুৱেট (8 YEARS OF EXPERIENCED IN RETAIL BANKING ) 
বয়স - ২৭ বছৰ 
খালী হোৱা পদ- 36 টা 
স্থান- উত্তৰ পূৰ্বাঞ্চল, ছিকিম আৰু উত্তৰ বেংগল ।


আবেদনৰ অন্তিম দিন- ৭ নৱেম্বৰ । 

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে ।

অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক- CLICK HERE


No comments:

Post a Comment

close