ভাইদোজ উপলক্ষে চৰকাৰৰ এই ৭ খন জিলাত স্থানীয় বন্ধ ঘোষণা । LOCAL HOLIDAY DECLARED - Dimpu Baruah

Latest Updates

Post Top Ad

Monday, October 28, 2019

ভাইদোজ উপলক্ষে চৰকাৰৰ এই ৭ খন জিলাত স্থানীয় বন্ধ ঘোষণা । LOCAL HOLIDAY DECLARED

অসম চৰকাৰে ভাতৃ দ্বিতীয়া(ভাই দোজ) উপলক্ষে মঙলবাৰে অৰ্থাৎ ২৯ অক্টোবৰত স্থানীয় বন্ধ ঘোষণা কৰিছে । সোমবাৰে অসমৰ ৭খন জিলাত স্থানীয় বন্ধ থকাৰ কথা ঘোষণা কৰে চৰকাৰে। 
মঙলবাৰে স্থানীয় বন্ধ হবলগীয়া জিলাকেইখন বাক্সা, চিৰাং, ওদালগুৰি, লখিমপুৰ, শোণিতপুৰ, তিনিচুকীয়া আৰু বিশ্বনাথত বুলি ঘোষণা কৰিছে অসম চৰকাৰে। বন্ধ ঘোষণা কৰা আটাইকেইখন জিলাতে চৰকাৰী কাৰ্যালয়ৰ লগতে চৰকাৰী শিক্ষানুষ্ঠানসমূহো বন্ধ থাকিব। ভাতৃ দ্বিতীয়া দেশৰ কেইবাটাও স্থানত শুক্ল পক্ষৰ দিনা পালন কৰা হয়।
ৰাখী বন্ধনৰ দৰে হিন্দু সকলৰ এটা পবিত্ৰ উৎসৱ ভাতৃ দ্বিতীয়া(ভাই দোজ) ত ভগ্নী সকলে নিজৰ ভাতৃৰ প্ৰিয় খাদ্য প্ৰস্তুত কৰি খুৱাই আৰু মংগল কামনা কৰে।

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close