মাত্ৰ ৯০০ টকাত কৰক আপোনাৰ বাইক/কাৰৰ ইনসুৰেন্স HOW TO DO INSURANCE ONLINE AT LOWEST COST - Dimpu Baruah

Hot

Post Top Ad

Tuesday, October 1, 2019

মাত্ৰ ৯০০ টকাত কৰক আপোনাৰ বাইক/কাৰৰ ইনসুৰেন্স HOW TO DO INSURANCE ONLINE AT LOWEST COST

যান বাহন আইন সলনি হোৱাৰ পৰাই বহু লোকৰ চিন্তাৰ কাৰন হৈ পৰিছে । অত্যধিক ফাইনৰ বাবে জনসাদাৰণৰ মূৰৰ কামূৰণি হৈ পৰিছে । তেনেস্থলত আপোনাৰ বাইক বা কাৰৰ সকলো নথি পত্ৰ সময় মতে আাপডেট থকাটো প্ৰয়োজনীয় । আজি আমি আপোনালোকক জনাম কিদৰে অতি সহজে বাইকৰ বা কাৰৰ ইনসুৰেন্স অতি কম দামত বনাব পোৰিব । তাৰ আগতে নতুন যান বাহন নিয়ম অনুসৰি কিমান টকাৰ জৰিমনা দিব লাগে এবাৰ চাই লওক । 

আপুনি যদি বজাৰত বাইক বা কাৰৰ ইনসুৰেন্স কৰিব যায় তেন্তে বহু টকা খৰচ কৰিব লগীয়া হয় । তেনেস্থলত আপুনি যদি আমি শিকাই দিয়া পদ্ধতিত বাইক বা কাৰৰ ইনসুৰেন্স কৰে তেন্তে আপুনি ১০০০ টকা পৰ্যন্ত ৰাহি কৰিব পাৰিব । আজি আমি দেখুওৱাম কিদৰে আপুনি মাত্ৰ ৯০০ টকাতে বাইকৰ ইনসুৰেন্স কৰিব পাৰিব । অতি সহজে ঘৰতে বহি আপোনাৰ মোবাইলতে কতো নোযোৱাকৈ বাইক বা কাৰৰ ইনসুৰেন্স কৰিব পাৰিব ।

কিদৰে বাইক ইনসুৰেন্স কৰিব পাৰিব 

  1. পোনপ্ৰথমে ইয়াত ক্লিক কৰি ইনসুৰেন্সৰ ৱেৱচাইটলৈ যাওক CLICK HERE OR CLICK HERE
  2. আপোনাৰ বাইকৰ নম্বৰ মাৰি get quotesত ক্লিক কৰক । 
  3. তাৰ পাছত two wheeler ইনসুৰেন্সত ক্লিক কৰক । 
  4. তাৰপাছত আপোনাৰ নিৰ্মাতা, ইঞ্জিন নম্বৰ, মডেল আদি অন্যান্য তথ্যবোৰ ফিলআপ কৰক । যদি পূৰ্বতে আপোনাৰ ইনসুৰেন্স আছিল তেন্তে তাৰ পলিচি নম্বৰটো দিব লাগিব । 
  5. এইদৰে সকলো তথ্য দিয়া পাছত আপোনাৰ বাবে থকা উপযুক্ত পলিচিসমূহ দেখা পাব । 
  6. আপোনাৰ উপযুক্ত পলিচিটো বাচনি কৰি পেমেন্ট কৰক । 
  7. পেমেন্ট কৰা কিছু পাছতেই আপুনি আপোনাৰ ইনসুৰেন্স পলিচিটো ডাউনলোড কৰিব পাৰিব । 
গতিকে এইদৰে আপুনি অতি কম মূল্যত অনলাইন ইনসুৰেন্স পলিচি কিনিব পাৰিব যি বজাৰ মূল্য়তকৈ ১০০০-১২০০ টকা কম হব । অনুৰূপভাবে আপুনি আপোনাৰ কাৰৰ ইনসুৰেন্স কৰিব পাৰিব ।

No comments:

Post a Comment

close