আহি গল পষ্ট অফিচত মুকলি হোৱা ২৩৫৯ টা পদৰ ৰিজাল্ট- ৰিজাল্ট চাওক এইদৰে SSC CHSL 2019 Result Announced - Dimpu Baruah

Hot

Post Top Ad

Thursday, September 12, 2019

আহি গল পষ্ট অফিচত মুকলি হোৱা ২৩৫৯ টা পদৰ ৰিজাল্ট- ৰিজাল্ট চাওক এইদৰে SSC CHSL 2019 Result Announced

কিছুদিন আগতে ডাকঘৰত ২৩৫৯ টা পদ মুকলি হৈছিল । ৰ যোগেদি এই পদসমূহৰ পৰীক্ষা অনুষ্ঠিত হৈছিল । তাৰে ৰিজাল্ট আজি ঘোষণা কৰা হ'ল।কত কিদৰে আপুনি আপোনাৰ ৰিজাল্ট চাব সেইয়া আমি আপোনাক জনাম ।



মনকৰিবলগীয়া যে ৰ পৰীক্ষা জুলাই মাহৰ ১ তাৰিখৰ পৰা ১১ তাৰিখলৈ অনুষ্ঠিত হৈছিল । প্ৰায় ১৩ লাখ পৰীক্ষাৰ্থী এই পৰীক্ষাত অৱৰ্ত্তীণ হৈছিল ।

কিদৰে আপোনাৰ ৰিজাল্ট চাব

  • পোনপ্ৰথমে আপোনালোকে SSCৰ অফিচিয়েল ৱেবচাইটলৈ চাব । 
  • অফিচিয়েল ৱেবচাইটত চাবৰ বাবে ক্লিক কৰক - CLICK HERE     (ৰিজাল্টৰ PDF ফাইল download তলত দিয়া হৈছে ।)
  • তাৰ পাছত SSC CHSL Tier I Result 2019 চাবলৈ আপোনাৰ Username আৰু Password দি লগইন কৰক । 
  • তাৰ পাচত ৰিজাল্ট অপচনত গৈ SSC CHSL Tier I Result 2019 ত ক্লিক কৰি আপোনাৰ ৰিজাল্ট চাওক ।


আশাকৰো আপুনি গম পাইছে কিদৰে আপোনাৰ পষ্ট অফিচত মুকলি হোৱা ২৩৫৯ টা পদৰ ৰিজাল্ট চাব পাৰিব । কিবা প্ৰশ্ন থাকিলে আমাক সুধিব পাৰে ।
DIRECT DOWNLOAD LINK-    DOWNLOAD

No comments:

Post a Comment

close