২০১২ টেটৰ প্ৰশ্নকাকত (LP) Assam TET 2012 Previous Year Question Paper - Dimpu Baruah

Hot

Post Top Ad

Thursday, September 5, 2019

২০১২ টেটৰ প্ৰশ্নকাকত (LP) Assam TET 2012 Previous Year Question Paper

২০১২ চনত অসম চৰকাৰ আৰু প্ৰাথমিক শিক্ষা বিভাগে শিক্ষাৰ অধিকাৰ আইনৰ লক্ষ্য পূৰণ কৰিবলৈ ৰাষ্ট্ৰীয় শিক্ষক শিক্ষণ পৰিষদ (এন.চি.টি.ই)ৰ পৰামৰ্শৰ আধাৰত মেধা আৰু উপযুক্তভাৱে শিক্ষিত শিক্ষকক নিয়োজিত কৰিবলৈ শিক্ষকৰ যোগ্যতা নিৰ্ণায়ক পৰীক্ষা চমুকৈ টেট অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। আৰু এইবাৰ ৭ বছৰ পাছত পুন: অসম চৰকাৰে অসম টেট অনুষ্ঠিত কৰিব উলাইছে আৰু ইতিমধ্যে অনলাইন আবেদন আৰম্ভ হৈছে ।

সেয়হে আমি যিসকলে টেট আবেদন কৰিব সেইসকলৰ সুবিধাৰ্থে যোৱাবাৰ অনুষ্ঠিত হৈ যোৱা টেট পৰীক্ষাৰ প্ৰশ্নকাকত আগবঢ়াম যাতে আপোনালোকে হবলগীয়া টেট পৰীক্ষাৰ কিছু আভাস লাভ কৰিব পাৰে ।

ASSAM TET 2012 চনৰ প্ৰশ্ন কাকত :

ভাষা ১ (অসমীয়া) - CLICK HERE
ভাষা ২ ( ইংৰাজী)  - CLICK HERE
শিশু বিকাশ আৰু শিক্ষণ বিদ্যা - CLICK HERE
পৰিবেশ অধ্যয়ন - CLICK HERE
সাধাৰণ গণিত - CLICK HERE
২০১২ চনৰ টেট পৰীক্ষাৰ আৰু ২০১৯ চনৰ পৰীক্ষাৰ প্ৰশ্নৰ সলনি হোৱাটো স্বাভাৱিক যিহেতু মাজত ৭ বছৰৰ ব্যৱধান আছে । সেয়হে ছাত্ৰ ছাত্ৰীসকলে ASSAM TET 2019ৰ তলত দিয়া ছিলেবাছ ডাউনলোড কৰিবলৈ অনুৰোধ জনোৱা হল ।

LP চিলেবাচ ডাউনলোড কৰিবলৈ ক্লিক কৰক - DOWNLOAD(LP)


No comments:

Post a Comment

close