আশীৰ্বাদ মাইক্ৰফাইনেন্সত চাকৰি অৰ্হতা - হাইয়াৰ ছেকেণ্ডেৰী, গ্ৰডুৱেট | কিদৰে আবেদন কৰিব পঢ়ক । LATEST ASIRVAD MICROFINANCE JOBS IN ASSAM - Dimpu Baruah

Hot

Post Top Ad

Friday, September 27, 2019

আশীৰ্বাদ মাইক্ৰফাইনেন্সত চাকৰি অৰ্হতা - হাইয়াৰ ছেকেণ্ডেৰী, গ্ৰডুৱেট | কিদৰে আবেদন কৰিব পঢ়ক । LATEST ASIRVAD MICROFINANCE JOBS IN ASSAM

অসমৰ এক আগশাৰীয় মাইক্ৰফাইনেন্সত (ASIRVAD MICROFINANCE) মুকলি হৈছে চাকৰি । ইতিমধ্যে প্ৰতিষ্ঠানটোৰ নিয়োগ বিভাগৰ কৃতপক্ষই অনলাইন বিজ্ঞাপন মুকলি কৰি দিছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া আজি আমি আমাৰ এই লিখনিটোৰ জৰিয়তে জনাম ।

খালী হোৱা পদৰ নাম

ফিল্ড ডেভলপমেন্ট অফিচাৰ আৰু ব্ৰাঞ্চ মেনেজাৰ


অৰ্হতা -

ফিল্ড ডেভলপমেন্ট অফিচাৰ:
  •  অৰ্হতা - HS পাছ ।
  • বয়স- ১৮ৰ পৰা ৩০ বছৰ ।
  • বাইক থকাটো প্ৰয়োজনীয় ।
ব্ৰাঞ্চ মেনেজাৰ
  • অৰ্হতা - BA/BSC/BCOM/BTECH পাছ ।
  • বয়স- ১৮ৰ পৰা ৩৪ বছৰ ।
  • বাইক থকাটো প্ৰয়োজনীয় ।

সুবিধাসমূহ

নিৰ্বাচিত প্ৰাৰ্থীসকলক উপযুক্ত দৰমহাৰ লগতে তলত দিয়া সুবিধাসমূহ দিয়া হব-


  • PF, ECIS, GRATUITY & BONUS.
  • CASHLESS MEDICAL FACILITY.
  • MOBILE & TAB FACILITY.
  • JOINING BONUS.
  • EDUCATION BONUS & WEDDING GIFT.
  • EMPLOYEE LOAN.
  • FREE ACCOMMODATION.
  • FAST TRACK PROMOTION AND MANY MORE..

 আশীৰ্বাদ মাইক্ৰফাইনেন্সৰ এটি ব্ৰাঞ্চৰ ফটো

চাকৰিৰ স্থান

উজনি অসম

কিদৰে আবেদন কৰিব

ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ সকলো যাৱতীয় নথিপত্ৰ লৈ অহা ৩ আৰু ৪ অক্টোৱৰত হবলগীয়া WALK IN INTERVIEW লৈ যাব লাগিব । INTERVIEWৰ স্থান আৰু সময় তলত দিয়া হৈছে ।


ইন্টাৰভিউৰ স্থান

ছিনামাৰা, DIC অফিচৰ সন্মূখত , যোৰহাট (সময় -১১.৩০ ৰ পৰা ৪ বজালৈ)

বিজ্ঞাপন ডাউনলোড কৰিবলৈ ক্লিক কৰক - CLICK HERE

No comments:

Post a Comment

close