কম মূল্যত GBDৰ ASSAM TETৰ COMPLETE SYLLABUS থকা একমাত্ৰ কিতাপ, অনলাইনত কিনক । কিদৰে চাওক - Dimpu Baruah

Hot

Post Top Ad

Monday, September 16, 2019

কম মূল্যত GBDৰ ASSAM TETৰ COMPLETE SYLLABUS থকা একমাত্ৰ কিতাপ, অনলাইনত কিনক । কিদৰে চাওক

অহা ২০ অক্টোৱৰত অনুষ্ঠিত হবলগীয়া টেট পৰীক্ষাৰ বাবে প্ৰয়োজনীয় সকলো যা-যোগাৰ চলোৱাৰ সময় আহি পৰিছে । ১৭ চেপ্তেম্বৰত আবেদন প্ৰক্ৰিয়া সমাপ্ত হৈছে যদিও মূল পৰীক্ষাৰ বাবে কিদৰে প্ৰস্তুতি চলাব সেইয়া হে এক গুৰুত্বপূৰ্ণ কথা হৈ পৰিছে ।
GBD প্ৰকাশন অসমৰ এক নামজ্বলা কিতাপ প্ৰকাশন । এই প্ৰকাশনেই প্ৰস্তুত কৰি উলিয়াইছে ASSAM TET টেটৰ বাবে আৱশ্য়কীয় সকলো প্ৰশ্নউত্তৰ থকা এখন কিতাপ । ASSAM TET ৰ বাবে প্ৰয়োজনীয় সকলো পাঠ্য়ক্ৰম সামৰি এই কিতাপখন প্ৰকাশ কৰা হৈছে ।

আপুনি যদি এই কিতাপখন দোকানৰ পৰা কিনিব যায় তেতিয়া পৰিব ৫০০ টকা কিন্তু আপুনি যদি আমি তলত দিয়া লিংকৰ পৰা কিতাপখন ক্ৰয় কৰে তেন্তে তাৰ মূল্য় হব মাত্ৰ ৩৫০ টকা । তাৰোপৰিও যদি কিতাপখন আপোনাৰ অঞ্চলত থকা দোকানসমূহত নাই তেতিয়াও আপুনি অতি সহজে অনলাইন অৰ্ডাৰ কৰি ৩-৪ দিনৰ ভিতৰত ঘৰতেই কম দামত এই কিতাপখন লাভ কৰিব ।

গতিকে আপুনি পলম নকৰি আজিয়েই তলত দিয়া লিংকত ক্লিক কৰি ক্ৰয় কৰক -
Assam TET Guide Paper I for classes I-V(ASSAMESE) -  BUY NOW
Assam TET Guide Paper I for classes I-V(ENGLISH) - BUY NOW

Extra Cashback Offer : Flat Rs.50 back on minimum order of Rs.50 using Amazon Pay UPI.

No comments:

Post a Comment

close