ঘৰতে বহি কিনক চন্দ্ৰ প্ৰকাশৰ ASSAM TETৰ গাইড বুক । CHANDRA PRAKASH GUIDE BOOK - Dimpu Baruah

Hot

Post Top Ad

Thursday, September 19, 2019

ঘৰতে বহি কিনক চন্দ্ৰ প্ৰকাশৰ ASSAM TETৰ গাইড বুক । CHANDRA PRAKASH GUIDE BOOK

কিছুদিন ধৰি চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল চন্দ্ৰ প্ৰকাশৰ ৰ কিতাপখন । সকলোকে কিতাপখন লাগে । সকলোৱে কিতাপখন বিচাৰি হাবাথুৰি খাইছে । কাৰোবাৰ অঞ্চলত কিতাপখন নোপোৱাৰ বাবেই গুৱাহাটীলৈ বিচাৰি আহিব লগীয়া হৈছে । পিছে আজি আমি আপোনাক জনাম অতি সহজে কিদৰে ঘৰতে বহি অনলাইন এই কিতাপখন অৰ্ডাৰ কৰিব পাৰে । পইছা কিতাপখন ডেলিভাৰী লোৱা সময়ত দিলেও গ্ৰহণ কৰা হব ।


কিদৰে অনলাইন কিনিব

অনলাইন কিনিবৰ বাবে আমি তলত দিয়া BUY NOW লিংকত ক্লিক কৰক । তাৰ পাছত আপুনি আপোনাৰ নাম,ফোন নং, ঠিকনা দি অনলাইন অৰ্ডাৰ কৰক । ৩-৪ দিনৰ ভিতৰত আপোনাৰ ঘৰত আহি পৰিব বহু প্রত্যাশিত চন্দ্ৰ প্ৰকাশৰ ASSAM TETৰ গাইড বুকখন । (ইতিমধ্যে টেট পৰীক্ষা ১০ নৱেম্বৰ লৈ পিছুৱাই দিয়া হৈছে ।) 

চন্দ্ৰ প্ৰকাশৰ Assam TET 2019 ৰ গাইড বুক -

BUY NOW

No comments:

Post a Comment

close