মোবাইল এপৰ জৰিয়তে NRC কিদৰে চেক কৰিব ? - Dimpu Baruah

Latest Updates

Post Top Ad

Saturday, August 31, 2019

মোবাইল এপৰ জৰিয়তে NRC কিদৰে চেক কৰিব ?

বন্ধুসকল, আজি আমি আপোনালোকক জনাম কিদৰে আজি ৩১ আগষ্টত ঘোষণা কৰা NRC চেক কৰিব । আপোনালোকৰ সুবিধাৰ্থে এনে এটা মোবাইল এপৰ বিষয়ে কম যাৰ জৰিয়তে আপোনালোকে অতি সহজে মোবাইলতে NRCত আপোনাৰ নাম চাব পাৰিব ।
1.Play Storeত উপলব্ধ এই মোবাইল এপটোৰ নাম - DOWNLOAD FINAL NRC ASSAM । 
2.ডাউনলোড কৰিবলৈ আপোনালোকে এই লিংকত ক্লিক কৰক - DOWNLOAD
3.তাৰ পাছত OPEN কৰিলে এনেকুৱা এটা ক্ৰীণ দেখা পাব । 

4.ইয়াৰ পাছত DOWNLOAD NRCত ক্লিক কৰিব । 
5.ক্লিক কৰা লগে লগে উপলব্ধ যিকোনো লিংকত ক্লিক কৰি আপোনাৰ ত নাম চাব পাৰিব ।
আশাকৰো এই মোবাইল এপটো DOWNLOAD কৰি আপুনি আৰু আপোনাৰ বন্ধুবৰ্গৰ নাম NRC লিষ্টত নাম চাব পাৰিব ।
 

1 comment:

close