লক্ষীমপুৰ উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি , অৰ্হতা মাথো ৮ম মান উৰ্ত্তীণ - আজিয়েই আবেদন কৰক - Dimpu Baruah

Hot

Post Top Ad

Saturday, August 3, 2019

লক্ষীমপুৰ উপায়ুক্তৰ কাৰ্যালয়ত চাকৰি , অৰ্হতা মাথো ৮ম মান উৰ্ত্তীণ - আজিয়েই আবেদন কৰক

লক্ষীমপুৰ উপায়ুক্তৰ কাৰ্যালয়ত খালী হৈছে কেইটামান চৰকাৰী চাকৰিৰ পদ । খালী হোৱা পদসমূহত কিদৰে আবেদন কৰিব সেইয়া আজি আমি আপোনালোকক জনাম । আৰু মুকলি হোৱা পদৰ ৩০ শতাংশ পদ মহিলাৰ বাবে সংৰক্ষণ কৰা হ’ব।

খালী হোৱা পদৰ নাম - 

জাৰিকাৰক

খালী হোৱা পদৰ সংখ্য়া - 

৫ টা

শিক্ষাগত অৰ্হতা - 

৮ম মান উৰ্ত্তীণ ।

দৰমহা - 

১২,০০০ টকাৰ পৰা ৩৭,০০০ টকা লগতে গ্ৰেড পে ৪৪০০ টকা

বয়স - 

১৮ ৰ পৰা ৪৩ বছৰ (অৱশ্যে SC আৰু ST ৰ বাবে ৫ বছৰ ৰেহাই আছে)

আবেদন ফিজ - 

আবেদনৰ বাবে কোনো মাচুল নালাগে ।

আবেদনৰ অন্তিম দিন - 

২১ আগষ্ট, ২০১৯ ।

কিদৰে আবেদন কৰিব-

ইচ্চুক প্ৰাৰ্থীসকলে তলত দিয়া ষ্টেন্ডাৰ্ড ফৰ্মখন ফিলআপ কৰি নিজৰ সকলো চাৰ্টিফিকেটৰ সৈতে এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব - To the Office of the Deputy Commissioner, Lakhimpur, 787001 । আবেদন গ্ৰহণ কৰা প্ৰাৰ্থীসকল মুঠ ১০০ নম্বৰৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব। বাচনি কেৱল যোগ্যতাৰ ভিত্তিত কৰা হ’ব ।

ষ্টেন্ডাৰ্ড ফৰ্মখন ডাউনলোড কৰিবলৈ ক্লিক কৰক -  DOWNLOAD NOW

মন কৰিব যে পৰীক্ষাৰ সময় আৰু তাৰিখ কল লেটাৰত উল্লেখ কৰাৰ লগতে লক্ষীমপুৰ জিলাৰ ৱেবচাইটত পোৱা যাব। কল লেটাৰ প্ৰাৰ্থীসকলে নিজে জিলা বেৱচাইটৰ পৰাও ডাউনলোড কৰিব পাৰিব । ৱেবচাইটো হৈছে http://lakhimpur.nic.in।

1 comment:

  1. Fill up kora Standard form khon kenekoi aru ki madhyamere pothabo lagibo please jonabo sn

    ReplyDelete

close