কিদৰে JioFiber কানেকচনৰ জৰিয়তে ফ্ৰি টিভি লাভ কৰিব জানো আহক | How To Get Jio Free Led Tv - Dimpu Baruah

Hot

Post Top Ad

Thursday, August 22, 2019

কিদৰে JioFiber কানেকচনৰ জৰিয়তে ফ্ৰি টিভি লাভ কৰিব জানো আহক | How To Get Jio Free Led Tv

অলপতে জিঅ ফাইবাৰে ৱেলকাম অফাৰ ঘোষণা কৰিছে যত গ্ৰাহকক HD or 4K LED TV দিয়া হব সম্পূৰ্ণ বিনামূলীয়াকৈ । লগতে গ্ৰাহকে লাভ কৰিব এটা 4K set-top সম্পূৰ্ণ বিনামূলীয়া । কিন্তু এই ফ্ৰি 4K LED TV পাবলৈ আপুনি কৰিব লাগিব কেইটামান বিশেষ কাম ।


ফ্ৰী 4K LED TV পাবলৈ কি কৰিব লাগিব



  1. প্ৰথমতে আপুনি ইয়াত ক্লিক কৰি ৰেজিষ্টাৰ কৰক - Click Here to Register
  2. জিয়ই ফ্ৰি LED TV অকল সেইসকল গ্ৰাহককহে দিব যিসকল গ্ৰাহকে জিয়ৰ বাৰ্ষিক প্লেন (জিয় ফৰইভাৰ প্লেন)ৰ চাবচক্ৰিপচন লব ।
  3. গতিকে ফ্ৰি LED TV পাবলৈ আপুনি ১২ মহীয়া জীয়ৰ পেক কিনিব লাগিব । এই পেকৰ মূল্য আৰু অন্যান্য বিশেষত্বসমূহ ৫ চেপ্তেম্বৰত জনোৱা হব ।
  4. গ্ৰাহকসকলে LED TVৰ লগতে বিনামূলীয়াকৈ এটা 4K set-top box ও লাভ কৰিব ।
  5. জিয়ই দাবী কৰা অনুসৰি বৰ্তমান সময়ত চলি থকা বজাৰৰ মূল্যতকৈ কম দামত সেৱা আগবঢ়াব ।


গতিকে পলম নকৰি আপুনি আজিয়েই ৰেজিষ্টাৰ কৰি জিঅ ফাইবাৰ প্লেনৰ দাবীদাৰ হওক । মনত ৰাখিব যিটো অঞ্চলত অধিক ৰেজিষ্টাৰ হব সেই অঞ্চলতহে জিয়ই এই সেৱা আগবঢ়াব বুলি জনা গৈছে । গতিকে এই খৱৰটো আপোনাৰ বন্ধু বান্ধৱৰ লগতো শ্বেয়াৰ কৰি তেখেতসকলোক ৰেজিষ্টাৰ কৰাওক ।

No comments:

Post a Comment

close