অসমৰ ভাৰতীয় ডাক বিভাগত চাকৰি - আজিয়েই আবেদন কৰক | Assam Postal Department Jobs - Dimpu Baruah

Hot

Post Top Ad

Tuesday, August 6, 2019

অসমৰ ভাৰতীয় ডাক বিভাগত চাকৰি - আজিয়েই আবেদন কৰক | Assam Postal Department Jobs

অসমৰ ভাৰতীয় ডাক বিভাগত চাকৰি - আজিয়েই আবেদন কৰক

ভাৰতীয় ডাকসেৱাৰ অন্তৰ্গত অসম মণ্ডলত ৯১৯ টা খালী পদৰ বাবে প্ৰাৰ্থী বিচাৰি আবেদন বিচাৰা হৈছে । কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া সকলোবোৰ আজি আমি আপোনাক জনাম ।


খালী হোৱা পদৰ নাম - 

গ্ৰামীণ ডাক সেৱক 


খালী হোৱা পদৰ সংখ্যা - 

৯১৯ টা 

শিক্ষাগত অৰ্হতা - 

১০ ম মান উৰ্ত্তীণ 

দৰমহা - 

১০০০০-১৪৫০০ টকা 

কাম কি হব - 

গ্ৰামীণ ডাক সেৱক সকলে গাও অঞ্চলৰ ডাকঘৰ সমূহ পৰিচালনাৰ দায়িত্বত থাকিব । এটা গাৱৰ ডাকঘৰত ৩ টা পদ থাকে । সেইয়া হৈছে ব্ৰাঞ্ছ পষ্ট মাষ্টাৰ(দৰমহা প্ৰায় ১৪০০০), এছিছটেন্ট ব্ৰাঞ্চ পষ্ট মাষ্টাৰ (দৰমহা প্ৰায় ১১ হাজাৰ) আৰু মেইল ডেলিভাৰাৰ (দৰমহা প্ৰায় ১০ হাজাৰ) । মন কৰিব লগীয়া এই যে গ্ৰামীণ ডাক সেৱক সকলে মাত্ৰ ৪ ঘন্টা কাম কৰিব লাগে ।


বয়স - 

আবেদজ ফিজ - 

ইচ্চুক প্ৰাৰ্থীসকলে আবেদন কৰোতে ১০০ টকা জমা দিব লাগিব । (SC/ST/PH/FEMALE য়ে কোনোধৰণৰ মাচুল দিব নালাগে )

কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব লাগিব । অনলাইন আবেদন কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰিব ।

অনলাইন আবেদনৰ অন্তিম দিন - ৪ ছেপ্তেম্বৰ

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - Click Here



আবেদন কৰিবলৈ ক্লিক কৰক - Click Here

বিদ্ৰ: হেভি ট্ৰেফিকৰ বাবে চাইট ডাউন হব পাৰে । চেষ্টা কৰি থাকক ।


স্বাধীনতা দিৱস উপলক্ষে আমাজনত লাভ কৰক বিশেষ অফাৰ CLICK HERE


13 comments:

close