জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)ত চাকৰি - আজিয়েই আবেদন কৰক JYOTI CHITRABAN (FILM STUDIO) SOCIETY JOBS 2019 - Dimpu Baruah

Hot

Post Top Ad

Tuesday, July 9, 2019

জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)ত চাকৰি - আজিয়েই আবেদন কৰক JYOTI CHITRABAN (FILM STUDIO) SOCIETY JOBS 2019

অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা দপ্তৰ অন্তৰ্গত জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজত শেহতীয়াকৈ খালী হৈছে কেইবাটাও পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব আৰু কি কি পদ মুকলি হৈছে সেইয়া আজি আমি আপোনালোকক জনাম ।



খালী হোৱা পদ সমূহ

জ্যোতি চিত্ৰবন(চলচ্চিত্ৰ চিত্ৰালয়)সমাজত খালী হোৱা  পদসমূহ হৈছে -  
  • অফিচ এছিচটেন্ট Office Assistant
  • কনটেন্ট ৰাইটাৰ Content Writer
  • ডিটিপি অপাৰেটৰ DTP Operator আৰু 
  • ফটোগ্ৰাফী, গ্ৰাফিকচ আৰু ডিজাইন এছিছটেন্ট 

কিদৰে বাচনি কৰা হব

আবেদনকাৰী প্ৰাৰ্থীসকলৰ ইন্টাৰভিউৰ জৰিয়তে বাচনি কৰা হব । কোনোধৰণৰ লিখিত পৰীক্ষা লোৱা নহয় ।

শিক্ষাগত অৰ্হতা : 

1. অফিচ এছিচটেন্ট- গ্ৰেডুৱেট () লগতে  1-year Diploma in Computer Application.
2.ডিটিপি অপাৰেটৰ- লগতে 6 months Diploma in Computer Application আৰুPage Maker, Photoshop, Microsoft Office ত অভিজ্ঞ ।

3. কনটেন্ট ৰাইটাৰ - গ্ৰেডুৱেট (Honors in English Literature)

4.ফটোগ্ৰাফী, গ্ৰাফিকচ আৰু ডিজাইন এছিছটেন্ট-  Photography, Graphics & Design Asstt. Educational Qualification: a) c) Practical Standing Experience of Minimum of 5 years.

লগতে পঢ়ক - অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১৪৮ টা মুকলি চাকৰি

ইন্টাৰভিউৰ তাৰিখ আৰু ঠিকনা : 

19th July 2019 at 11.03 am at Jyoti Chitraban Film Studio

কিদৰে আবেদন কৰিব :

ইচ্ছুক প্ৰাৰ্থীসকলে নিজৰ বায়ডাটা  contactjyotichitraban@gmail.com ত মেইল কৰিব লাগিব । বায়ডাটা পঠোৱাৰ অন্তিম দিন ১৭ জুলাই, ২০১৯ ।


বি.দ্ৰ : উল্লেখযোগ্য় এই যে খালী হোৱা পদসমূহ ঠিকাভিত্তিক ।

No comments:

Post a Comment

close