পাকিস্থানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ আমেৰিকাত হ'ল বেইজ্জতী ! পিছে কেনেকৈ পঢ়ক - Dimpu Baruah

Latest Updates

Post Top Ad

Tuesday, July 23, 2019

পাকিস্থানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ আমেৰিকাত হ'ল বেইজ্জতী ! পিছে কেনেকৈ পঢ়ক

পাকিস্থানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ তিনিদিনীয়া আমেৰিকা ভ্ৰমণৰ সময়তে আমেৰিকাই ইমৰাণ খানৰ লগত কৰা অপমানৰ খৱৰে বিশ্বজগত পুন: লজ্বাম্বিত হল পাকিস্থান । আমেৰিকা ভ্ৰমণ কালত আমেৰিকাত গৈ উপস্থিত হোৱা ইমৰাণ খানক আদৰিবলৈ কোনো এজনো আমেৰিকা চৰকাৰৰ অধিকাৰী উপস্থিত নোহোৱা ঘটনাই বিশ্ববাসীৰ ওচৰত লজ্বাম্বিত হবলগীয়া হয় পাকিস্থান ।




উল্লেখযোগ্য় এই যে তিনিদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ শনিবাৰে আমেৰিকাত উপস্থিত হৈছিল পাকিস্থানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খান ।দুৰ্বল অৰ্থব্য়ৱস্থা আৰু সন্ত্ৰাসবাদে জুৰুলা কৰি তোলা পাকিস্থানৰ নেতৃত্ব লৈ ইমৰাণ খানে লগ কৰিব আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক । সহায়ৰ ভিক্ষা বিচাৰি যোৱা ইমৰাণ খানে আমেৰিকাত ভৰি দিয়েই অপমানৰ সন্মূখীন হবলগীয়া হয় ।

কটৰ এয়াৰৱেজ যোগেদি আমেৰিকাত উপস্থিত হোৱা ইমৰাণ খানক আমেৰিকাৰ মন্ত্ৰীটো বাদেই কোনো এজন চৰকাৰী অধিকাৰীও আদৰণী জনাবলৈ বিমান বন্দৰত উপস্থিত থকাটো দেখা পোৱা নগল । ইমৰান খানৰ এনেকুৱা অৱস্থা হ'ল এই যে তেখেতে নিজে বিদেশ মন্ত্ৰী শ্বাহ মহম্মদ কুৰেচীৰ সৈতে মেট্ৰত উঠি হোটেলত উপস্থিত হবলগীয়া হয় । এই সময়ছোৱাত পাকিস্থানী চৰকাৰী অধিকাৰীৰ বাহিৰে আন কোনো ইমৰাণ খানৰ লগত উপস্থিত নাছিল ।





লগতে পঢ়ক - শাওন মাহৰ সোমবাৰৰ ব্ৰত ৰাখিছে নে ? ব্ৰত ৰাখিব লাগে নে?

No comments:

Post a Comment

আমাৰ লিখনিসমূহ নিয়মিয়াকৈ পাবলৈ আমাৰ ফেচবুক পেজটি লাইক কৰক - Fb Page

Disclaimer - This website is not related to Youtuber Dimpu Baruah. For More Info Like Fb Page

close