ডিব্ৰুগড় কৰ্টত পিয়নৰ চাকৰি মুকলি - Dimpu Baruah

Hot

Post Top Ad

Wednesday, July 24, 2019

ডিব্ৰুগড় কৰ্টত পিয়নৰ চাকৰি মুকলি

Establishment of the The Chief Judicial Magistrate, ডিব্ৰুগড়ত খালী হৈ থকা নিম্ন উল্লেখিত পদৰ বাবে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাসম্পন্ন প্ৰাৰ্থীৰ পৰা  আবেদন বিচাৰি কৰ্তৃপক্ষই বিজ্ঞাপন প্ৰকাশ কৰিছে। কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া আজি আমি আপোনাক জনাম ।


পদৰ নামঃ 

অফিচ পিয়ন


পদৰ সংখ্যাঃ 

০১ টা

শিক্ষাগত অৰ্হতাঃ 

পদটোৰ বাবে আবেদনকাৰী  অষ্টম শ্ৰেণী উত্তীৰ্ণ হব লাগিব।

দৰমহাঃ 

নিৰ্বাচিত প্ৰাৰ্থীক প্ৰতি মাহে ১২০০০-৩৭৫০০ টকা দৰমহা দিয়া হব।

বয়সৰ সীমাঃ 

আবেদনকাৰীৰ বয়স ১ জানুৱাৰী ২০১৯ৰ ভিতৰত ১৮ৰ পৰা ৪৪ বছৰৰ ভিতৰত হব লাগিব(অবিচিৰ বাবে ৩ বছৰ আৰু এছ চি আৰু এছ টিৰ বাবে ৫ বছৰৰ বয়সৰ উচ্চসীমা ৰেহাই দিয়া হব)

আবেদনৰ মাচুলঃ 

এই পদৰ বাবে আবেদনৰ বাবে  কোনো ধৰণৰ আবেদন মাচুল দিব নালাগে।


কেনেকৈ আবেদন কৰিবঃ 

ইচ্চুক আবেদনকাৰীয়ে তলত দিয়া ঠিকনাত ষ্টেণ্ডাৰ্ড ফৰ্মত সকলো নথিসহ আবেদন কৰিব লাগিব।
ঠিকনাঃ The Chief Judicial Magistrate, Dibrugarh, Pin-786001, Assam

আবেদনৰ অন্তিম তাৰিখঃ 

২৮-০৭-২০১৯

ষ্টেন্ড্ৰাট ফৰ্ম ডাউনলোড কৰিবলৈ ক্লিক কৰক - click here

2 comments:

close