অসম চৰকাৰৰ TAX OFFICEত JUNIOR ASSISTANTৰ ১৮টা পদ খালী - ASSAM TAX OFFICE RECRUITMENT 2019 - Dimpu Baruah

Hot

Post Top Ad

Thursday, July 18, 2019

অসম চৰকাৰৰ TAX OFFICEত JUNIOR ASSISTANTৰ ১৮টা পদ খালী - ASSAM TAX OFFICE RECRUITMENT 2019

শেহতীয়াকৈ অসম চৰকাৰৰ Commissioner of Taxes অফিচত খালী হৈছে কেইটামান ৰ পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব সেইয়া সকলোবোৰ জানিবলৈ আমাৰ লিখনিটো সম্পূৰ্ণকৈ পঢ়ক ।


খালী হোৱা পদৰ নাম -

সহকাৰী সহায়ক (JUNIOR ASSISTANT) 



খালী পদৰ সংখ্য়া - 

১৮ টা 

শিক্ষাগত অৰ্হতা - 

  • যিকোনো স্নাতক (BA/BSC/BCOM/BTECH ETC) লগতে 
  • কম্পিউটাৰৰ ব্য়ৱহাৰিক জ্ঞান থাকিব লাগিব ।

দৰমহা - 

নিৰ্বাচিত প্ৰাৰ্থীসকলক প্ৰতিমাহে ১৪,০০০ টকাৰ পৰা ৪৯,০০০ টকালৈ আৰু ৬২০০ টকাৰ গ্ৰেডপে দিয়া হব ।

বয়স - 

আবেদনকাৰীৰ বয়স ১৮ ৰ পৰা ৩৮ বছৰৰ ভিতৰত হব লাগিব । ( SC/STৰ সকলৰ বাবে ৫ বছৰ ৰেহাই দিয়া হব)

আবেদন ফিজ - 

আবেদনকাৰীসকলে কোনোধৰণৰ আবেদন মাচুল দিব নালাগে ।



কিদৰে আবেদন কৰিব - 

ইচ্ছুক প্ৰাৰ্থীসকলে আবেদন পত্ৰ অফিচিয়েল ৱেৱচাইটৰ পৰা সংগ্ৰহ কৰিব লাগিব আৰু ২ আগষ্ট, ২০১৯ ৰ ভিতৰত পূৰ কৰা আবেদন ফৰ্মখন পঠিয়াব লাগিব ।

আবেদন পত্ৰ সংগ্ৰহ কৰিবলৈ ক্লিক কৰক - Click Here  (২০ জুলাইৰ পৰা আৰম্ভ)

আবেদন পত্ৰ পঠিওৱাৰ ঠিকনা - 

To the Commissioner of Taxes Assam, Kar Bhawan,
Dispur, Guwahati-6

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - CLICK HERE

3 comments:

close