চৰ এৰিয়া উন্নয়ন সঞ্চালকায়ত চাকৰি ( ডাইৰেক্ট ইন্টাৰভিউ) Assam Directorate of Char Area Devlopment Job - Dimpu Baruah

Latest Updates

Post Top Ad

Monday, July 22, 2019

চৰ এৰিয়া উন্নয়ন সঞ্চালকায়ত চাকৰি ( ডাইৰেক্ট ইন্টাৰভিউ) Assam Directorate of Char Area Devlopment Job

চৰ এৰিয়া উন্নয়ন সঞ্চালকায়ত প্ৰধানমন্ত্ৰী জন বিকাশ কাৰ্যক্ৰম আচনিৰ অধীনত শেহতীয়াকৈ মুকলি হৈছে ঠিকাভিত্তিক পদৰ চাকৰি । তলত উল্লেখিত খালী পদ সমূহত কত কিদৰে ইচ্ছুক আৰু উপযুক্ত অৰ্হতাৰ প্ৰাৰ্থীয়ে সাক্ষাৎকাৰ বাবে আবেদন কৰিব সকলোবোৰ আমি আপোনাক জনাম ।

খালী হোৱা পদৰ নাম

  • কম্পিউটাৰ প্ৰগ্ৰামৰ
  • কনটিনগেনচি মেটেৰিয়েল


খালী হোৱা পদৰ সংখ্য়া -

  • কম্পিউটাৰ প্ৰগ্ৰামৰ - ১ টা 
  • কনটিনগেনচি মেটেৰিয়েল - ২ টা 

শিক্ষাগত অৰ্হতা

  • কম্পিউটাৰ প্ৰগ্ৰামৰ - যিকোনো স্নাতক (BA/BSC/BCOM/BTECH ) লগতে কম্পিউটাৰৰ ডিপ্লমা থাকিব লাগিব ।
  • কনটিনগেনচি মেটেৰিয়েল - মেট্ৰিক উৰ্ত্তীণ হব লাগিব ।

দৰমহা

  • কম্পিউটাৰ প্ৰগ্ৰামৰ - ১৫০০০ টকা 
  • কনটিনগেনচি মেটেৰিয়েল - ১০০০০ টকা 

বয়স

  • কম্পিউটাৰ প্ৰগ্ৰামৰ - ৩৮ বছৰ
    কনটিনগেনচি মেটেৰিয়েল - ৩৮ বছৰ 

কিদৰে আবেদন কৰিব

  • ইচ্ছুক প্ৰাৰ্থীসকলে তলত দিয়া ঠিকনাত ২৫ জুলাই, ২০১৯ তাৰিখে ইন্টাৰভিউত অৱতীৰ্ণ হব লাগিব । 
  • ইন্টাৰভিউৰ দিনা সকলো প্ৰয়োজনীয় নথি পত্ৰ আৰু বায়ডাটা লগত আনিব লাগিব ।

লগতে পঢ়ক - সাৱধান! FaceAppৰ জৰিয়তে বুঢ়াকালৰ ফটো আপলোড নকৰিব, হব পাৰে আপোনাৰ একাউন্ট হেক ।



ইন্টাৰভিউৰ স্থান -

Directorate of Char Area Devlopment, 
Assam, Hengerabari Road, Dispur, Guwahati, 06

ইন্টাৰভিউৰ সময়

পুৱা ১১ বজাৰ পৰা ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক - CLICK HERE


2 comments:

close