জীঅ টেগিং অপাৰেটৰ চাকৰি মুকলি - Dimpu Baruah

Hot

Post Top Ad

Friday, May 31, 2019

জীঅ টেগিং অপাৰেটৰ চাকৰি মুকলি

জীঅ টেগিং অপাৰেটৰ চাকৰি মুকলি

প্ৰধান মন্ত্ৰী আবাস যোজনা ( আৰবান ) ৰ প্ৰজেক্টৰ অধীনত জীঅ টেগিং অপাৰেটৰ হিচাপে নিযুক্তি বিচৰা হৈছে । ইচ্ছুক প্ৰাৰ্থীসকলে কত কিদৰে আবেদন কৰিব সেই বিষয়ে আজি আমি আপোনালোক জনাম । 

  

খালী হোৱা পদৰ নাম

জিঅ টেগিং অপাৰেটৰ 



প্ৰজেক্টৰ নাম

প্ৰধান মন্ত্ৰী আবাস যোজনা ( আৰবান )

খালী হোৱা পদৰ সংখ্য়া

১৫০ টা (অসম) 

অৰ্হতা

হাইয়াৰ ছেকেণ্ডেৰী উৰ্ত্তীণ হোৱাৰ লগতে এটা এনড্ৰইড ফোন থাকিব লাগিব ।

কি কাম হ'ব

জিঅ টেগাৰ সকল ১ মাহৰ বাবে অস্থায়ীৰৃপে প্ৰধান মন্ত্ৰী আবাস যোজনা ( আৰবান ) ৰ প্ৰজেক্টৰ অধীনত নিৰ্মাণ হোৱা ঘৰসমূহৰ ঠাইলৈ গৈ কামৰ স্থিতি মোবাইলযোগে প্ৰেৰণ কৰিব লাগিব ।



মাননী

জিঅ টেগিং অপাৰেটৰ সকলক প্ৰতি ঘৰ হিচাপত ৪০ টকাকৈ মাননী দিয়া হব ।

লগতে পঢ়ক - মোদীৰ নতুন অফাৰ - যুৱতীসকলে ২১ বছৰ হ'লে পাব ২১ লাখ টকা

কিদৰে বাচনী কৰা হ'ব

ইচ্ছুক প্ৰাৰ্থীসকলে pmayugeotaggersapplication@gmail.com ত নিজৰ বায়ডাটা মেইল কৰিব লাগিব । 

আবেদনৰ অন্তিম দিন

আবেদনৰ অন্তিম দিন দিয়া নাই যদিও পোনপ্ৰথমে অহা প্ৰাৰ্থীসকলক অগ্ৰাধিকাৰ দিয়া হব ।

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক -  Click Here


1 comment:

  1. Sir, I am your big fan..Why are u not share the pvt job info..Really it help us to slect a path of our life..Hope u understand the crises of you info

    ReplyDelete

close