ভাৰতীয় ৰে'লৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেত ২৮৯৪ পদ খালী - Dimpu Baruah

Latest Updates

Post Top Ad

Sunday, April 7, 2019

ভাৰতীয় ৰে'লৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেত ২৮৯৪ পদ খালী

ভাৰতীয় ৰে'লৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেত ২৮৯৪ পদ খালী :

ভাৰতীয় ৰেলৱেত ইতিমধ্য়ে মুকলি হৈছে বিভিন্ন পদ । মুকলি হোৱা প্ৰায় ১ লাখ পদৰ ভিতৰত আমাৰ উত্তৰ পূৱ সীমান্ত ৰেলৱেত  মুকলি হৈছে প্ৰায় ২৮৯৪ টা পদ । কত কিদৰে কেনেকৈ আবেদন কৰিব আজি আমি আপোনালোকক জনাম ।

খালী হোৱা পদৰ নাম - 

গ্ৰুপ ডি 

খালী হোৱা পদৰ সংখ্য়া- 

২৮৯৪ টা

স্থান - 

অসম আৰু উত্তৰ পূৱ

বয়স - 

১৮ ৰ পৰা ৩৩ বছৰ (অবিচিৰ বাবে ৩ বছৰ , এছচি এছটিৰ বাবে ৫ বছৰ আৰু বিশেষ ভাৱে সক্ষম লোকৰ বাবে ১০ বছৰ ৰেহাই )

অনলাইন আবেদনৰ অন্তিম দিন - ১২ এপ্ৰিল 

লগতে পঢ়ক - SSCত মুকলি ১০০০০ পদ ( অৰ্হতা - দশম মান )



অনলাইন পেমেন্টৰ অন্তিম দিন - ২৩ এপ্ৰিল 

 

আবেদন কিদৰে কৰিব- 

ইচ্ছুক প্ৰাৰ্থীসকলে অনলাইন আবেদন কৰিব পাৰে । অনলাইন আবেদনৰ লিংক তলত দিয়া হৈছে । 

আবেদনৰ ফিজ- 

আবেদনৰ মাছুল অবিচিৰ/এছচি এছটি/মহিলা/বিশেষভাৱে সক্ষম লোকৰ বাবে ২৫০ টকা আৰু সাধাৰণৰ বাবে ৫০০ টকা ।

অনলাইন আবেদন কৰিবলৈ ক্লিক কৰক - click here

বিজ্ঞাপন পঢ়িবলৈ ক্লিক কৰক- click here

No comments:

Post a Comment

close