নেহেৰু যুৱ কেন্দ্ৰত স্বেচ্ছাসেৱক চাকৰি Volenteer Reqrcuitment in Nehru Yuva Kendra 2019 - Dimpu Baruah

Hot

Post Top Ad

Tuesday, February 19, 2019

নেহেৰু যুৱ কেন্দ্ৰত স্বেচ্ছাসেৱক চাকৰি Volenteer Reqrcuitment in Nehru Yuva Kendra 2019

নেহেৰু যুৱ কেন্দ্ৰত চাকৰি  ( যোৰহাট, গোলাঘাট, তিনচুকীয়া, ডিব্ৰুগ‍ড়, শিৱসাগৰ):

ভাৰত চৰকাৰে নৱপ্ৰজন্মক ভাৰতৰ কল্য়ানৰ হকে প্ৰচাৰত ভাগ লবলৈ কিছুমান ভলোন্টিয়াৰ ৰৃপত আবেদন বিচাৰিছে ।

পদৰ নাম:

স্বেচ্ছাসেৱক: (volunteer)


শিক্ষাগত অৰ্হতা: 

মেট্ৰিক পাছ

বয়স:  

১৮ ৰ পৰা ২৯ বছৰ

মাননি-  

৫০০০ টকা প্ৰতি মাহে

কিদৰে আবেদন কৰিব : 

ই্চ্ছুক প্ৰাৰ্থীসকলে www.nyks.nic.in ত অনলাইন আবেদন কৰিব পাৰে 

আবেদনৰ অন্তিম দিন : ০৩/০৩/২০১৯

 

No comments:

Post a Comment

close