ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত পদ খালী (নগাঁও) NAGAON CIVIL JOBS 2019 - Dimpu Baruah

Hot

Post Top Ad

Saturday, February 23, 2019

ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত পদ খালী (নগাঁও) NAGAON CIVIL JOBS 2019

ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত পদ খালী - ( ড্ৰাইভাৰ, চাফাইকৰ্মী আৰু এটেন্ডন্ট ):

ভোগেশ্বৰী ফুকননী অসামৰীক চিকিৎসালয়ত কেইবাটাও পদত নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ গৈছে । উপযুক্ত প্ৰাৰ্থীসকলক ( ড্ৰাইভাৰ, চাফাইকৰ্মী আৰু এটেন্ডন্ট ) ত পদত হব লগীয়া নিযুক্তি সন্দৰ্ভত পোনপোতীয়া সাক্ষাৎকাৰলৈ মতা হৈছে ।


খালী পদৰ নাম :

১) ড্ৰাইভাৰ - ইন্টাৰভিউৰ তাৰিখ - 25/02/2019
২) চাফাইকৰ্মী/এটেনডেন্ট - ইন্টাৰভিউৰ তাৰিখ - 25/02/2019

খালী পদৰ সংখ্য়া : 

১) ড্ৰাইভাৰ - ১ টা পদ ।
২)চাফাইকৰ্মী/এটেনডেন্ট - ১ টা পদ ।

শিক্ষাগত অৰ্হতা :

১) ড্ৰাইভাৰ - ড্ৰাইভিং লাইসেন্সৰ লগতে অতি কমেও ৮ম মান উৰ্তীৰ্ণ হব লাগিব ।
২)চাফাইকৰ্মী/এটেনডেন্ট -  অতি কমেও ৮ম মান উৰ্তীৰ্ণ হব লাগিব ।

দৰমহা:-

১) ড্ৰাইভাৰ –  ১৩০০০ টকা
২)চাফাইকৰ্মী/এটেনডেন্ট -  ১০০০০ টকা

বয়স:

৪৫ বছৰলৈকে আবেদন কৰিব পাৰিব ।


কিদৰে আবেদন কৰিব :

আবেদনকাৰীসকলে পোনপোটীয়াকৈ আবেদন ফৰ্ম পীৰ কৰি দুইকপি ৰঙীন ফটোৰ লগতে সকলো অৰিজিনেল নথি পত্ৰ লগত লৈ তলত দিয়া সাক্ষাৎকাৰ স্থানলৈ আহিব লাগিব ।

সাক্ষাৎকাৰৰ দিন আৰু স্থান :

Office of the Superintendent. BPCH, Nagaon, Assam (25/02/2019) 
Office of the Principal Cum Chief Superintendent, TMCH. Sonitpur. Assam(26/02/2019) 

আবেদন ফৰ্ম ডাউনলোড : 

আবেদন ফৰ্ম ডাউনলোড কৰিবলৈ তলত দিয়া লিংকত ক্লিক কৰক - ইয়াত ক্লিক কৰক

No comments:

Post a Comment

close